সংঘমিত্ৰা ফুকনৰ কথাখিনি অইন এটা প্ৰৱন্ধত যোগ দিয়াটো ভাল হ'ব। উদ্দীপতালুকদাৰ (talk) 16:21, 4 মাৰ্চ 2012 (UTC)

হয়, যদি সংঘমিত্ৰা ফুকনৰ বিষয়ে প্ৰবন্ধ এটাৰ জোখেৰে যথেষ্ঠ সমল আছে, তেন্তে বেলেগ এটা প্ৰবন্ধ লিখাই ভল হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:33, 4 মাৰ্চ 2012 (UTC)
সংঘমিত্ৰা ফুকনৰ বিষয়ে নেটতে যথেষ্ট তথ্য পোৱা যাব লাগে। উদ্দীপতালুকদাৰ (talk) 17:53, 4 মাৰ্চ 2012 (UTC)


সাঁচ:Infobox personটো চাবচোন তাত আপুনি এটা ক্ষুদ্ৰ আৰু বৃহত দুটা সংষ্কৰণ পাব| তাৰ পৰা লিখাখিনি কপি কৰি আনিলেই ভাল হ’ব যেন পাওঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা

"বিজু ফুকন" পৃষ্ঠালৈ উভতি যাওক।