Look here for a discussion. চাইপাও ১০:১০, ২০ আগষ্ট ২০১১ (UTC)

article about bihu songs and collection of bihu songs সম্পাদনা কৰক

This page has collections of bihu songs in addition to info material about bihu songs. As the collection of the songs are not a part of the article, I believe they should go to the wikisource instead. Same applies to the collection of borgeet and any other folk song lyrics. -uddiptalukdar

বিহুনাম নে বিহুগীত ? সম্পাদনা কৰক

পৰম্পৰাগত ভাৱে বিহুত গোৱা গীতসমূহক বিহুনাম বুলি কোৱা হয়। গতিকে এই প্ৰবন্ধৰ শিৰোনামটি বিহুনাম বুলি শুধৰাব পৰা যায় নেকি ? Debuapriyo (বাৰ্তা) 06:39, 8 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধটোত উল্লেখ আছে যে "বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।" কিন্তু ইয়াৰ তথ্য উৎস দিয়া হোৱা নাই। এই বিষয়ে বিজ্ঞজনৰ মতামত আশা কৰিলোঁ।- চন্দন চিৰিং ফুকন ||✉️ 07:06, 8 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বিহুগীত" পৃষ্ঠালৈ উভতি যাওক।