বাৰ্তা:ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাটোৰ প্ৰয়োজন নাই নেকি? ব্যাসৰ নামত কেইটা প্ৰবন্ধ ওলাবনো? বেছি প্ৰবন্ধ হলেহে আচলতে দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ প্ৰয়োজন হয়| যদি ইয়াত দিয়াৰ দৰে ব্যাসৰ প্ৰবন্ধ মাত্ৰ দুটাই হয় তেন্তে {{About}}লিখা হলেই কাম চলিল হয়| চাবাচোন| বিষ্ণু শইকীয়াবাৰ্তা 16:17, 26 এপ্ৰিল 2012 (UTC)
উদাহৰণ:-
এই পৃষ্ঠাটো জ্যামিতিৰ বিষয়ে। একে নামৰ মহাভাৰত বিষয়ক প্ৰবন্ধটোৰ বাবে ব্যাস (মহাভাৰত) চাওক।
ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।