বাৰ্তা:ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাটোৰ প্ৰয়োজন নাই নেকি? ব্যাসৰ নামত কেইটা প্ৰবন্ধ ওলাবনো? বেছি প্ৰবন্ধ হলেহে আচলতে দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ প্ৰয়োজন হয়| যদি ইয়াত দিয়াৰ দৰে ব্যাসৰ প্ৰবন্ধ মাত্ৰ দুটাই হয় তেন্তে {{About}}লিখা হলেই কাম চলিল হয়| চাবাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:17, 26 এপ্ৰিল 2012 (UTC)

উদাহৰণ:-

"ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)" পৃষ্ঠালৈ উভতি যাওক।