বাৰ্তা:ভাৰতীয় ফেঁটী সাপ
আগতে নামটো "চকৰিফেঁটী সাপ" হৈ আছিল। কিন্তু Naja Naja অসমত পোৱা নাযায়, অসমত পোৱা চকৰীফেঁটী Naja kaouthia হে। আন অসমীয়া নাম পোৱা নাই বাবে "ভাৰতীয় ফেঁটী সাপ" বুলিয়েই লিখি থৈছোঁ। বিজ্ঞজনে সলাই দিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 15:05, 29 মাৰ্চ 2014 (UTC)
ভাৰতীয় ফেঁটী সাপৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ভাৰতীয় ফেঁটী সাপক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।