বাৰ্তা:ভাৰতৰ হ্ৰদসমূহৰ তালিকা

সম্পাদনা দ্বন্দ জাননীখন নেদেখি আপুনি কাম কৰি থকাৰ মাজতে প্ৰৱন্ধটোত প্ৰৱেশ কৰিলোঁ। বেয়া নাপাব। দুঃখিত। Debanjan ray (talk) 17:53, 19 জুন 2013 (UTC)

একো নাই দিয়ক, প্ৰবন্ধটো (তালিকাখন) প্ৰায় হৈ গ’ল আৰু, বানাববোৰ চাই দিব পাৰে এবাৰ দীপাংকৰ চেতিয়া? 18:22, 19 জুন 2013 (UTC)

ঠিক আছে। চকুত কিবা পৰিলে ঠিক কৰিম বাৰু। Debanjan ray (talk) 16:09, 20 জুন 2013 (UTC)

"ভাৰতৰ হ্ৰদসমূহৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।