‍‍‍গীতাৰ্থ বৰদলৈ (talk) 17:48, 7 মাৰ্চ 2012 (UTC)

  কৰা হ'ল বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:30, 31 মাৰ্চ 2012 (UTC)


ধন্যবাদ থাকিল দেই। Debanjan ray (talk) 14:31, 31 মাৰ্চ 2012 (UTC)

ইমান সৰু সৰু কথত ধন্যবাদ দিব নাপাই দেই| বাৰু প্ৰবন্ধবোৰ বিস্তাৰ কৰিব দেই| একেলগে ঢেৰ প্ৰবন্ধ হাতত লৈছে দেখোন| বলে পাৰিবনে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:33, 31 মাৰ্চ 2012 (UTC)

হেঃ হেঃ। চেষ্টা অব্যাহত থাকিব। Debanjan ray (talk) 14:35, 31 মাৰ্চ 2012 (UTC)

ৰাখক, অন্য কিবা সহায়ৰ প্ৰয়োজন হ’লে কব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:39, 31 মাৰ্চ 2012 (UTC)

অমিতাভ বচ্ছন প্ৰবন্ধৰ কথাখিনি অনুবাদ কৰাৰ বাবে ভাল লাগিল| লগে ৰহো|বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:49, 3 এপ্ৰিল 2012 (UTC)

হাঃ হাঃ হাঃ...নিশ্চয়। ল'গে ৰ'হ' বিষ্ণু ভাই। হাম চাথ চাথ হ্যেঁ। Debanjan ray (talk) 12:43, 3 এপ্ৰিল 2012 (UTC)
সাথ হ্যে টো ক্যা বাত হ্যে, সফৰ কা তো আনন্দ হী কুছ ঔৰ হ্যে| বঢ়িয়া:) বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:55, 3 এপ্ৰিল 2012 (UTC)
  The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)

বিষ্ণু শ‍ইকীয়া; এয়া আমাৰ প্ৰাপ্য নহয় যদিও অশেষ ধন্যবাদ থাকিল। Debanjan ray (talk) 06:59, 19 এপ্ৰিল 2012 (UTC)


ৰাহুল গান্ধী সম্পাদনা কৰক

ৰাহুল গান্ধী প্ৰবন্ধটো তথ্যপেৰাটো ভৰায়েই এলাগী কৰিলে দেখোন| ম‌ই সেইটোক আপোনাৰ সদস্যপৃষ্ঠা অৰ্থাত সদস্য:Debanjan ray/ৰাহুল গান্ধী লৈ স্থানান্তৰ কৰাৰ বাবে প্ৰস্তাৱ দিলো| পবন্ধটো অলপ লিখা আগবঢ়ালৈই পুণৰ প্ৰবন্ধ শ্ৰেণীলৈ লৈ যাব পাৰিব| লগতে এয়াৰচে'ল, টাটা ড'ক'ম', ভোডাফ'ন ভাৰত অলপ আৰু লিখিলে ভাল হ’লহেতেন| এইটো এটা অনুৰোধ মাত্ৰ| এনেকৈ লিখা বাবে বেয়া নাপাব, আপুনি সময় পোৱা নাই চাগে| কিন্তু তেনেদৰে পেলাই থলেও বেয়া দেখাই যে, নকলেও নহয়, সেয়ে লিখিলো আৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:25, 26 এপ্ৰিল 2012 (UTC)


বেয়া অলপো নাই পোৱা শইকীয়া ডাঙৰীয়া। আপুনি আপোনাৰ ব্যক্তিগত লাভালাভৰ বাবে কোৱা নাই নহয়। হয়, অলপ সময়ৰ অভাৱ হৈছে। আহি আছো ফুল ফৰ্মত সোনকালেই। Debanjan ray (talk 08:46, 1 মে' 2012 (UTC)

ধন্যবাদ| আহিব| অপেক্ষাৰে বাট চালো| বিষ্ণু  বাৰ্তা  08:59, 1 মে' 2012 (UTC)

অভয়াৰণ্য সম্পাদনা কৰক

আপোনাৰ বাৰ্তা পলো।ধন্যবাদ কথাটো মোৰ চকুত পৰাই নাছিল।আছলতে পৃষ্ঠাখন নামাকৰণ মই কৰা নাছিলো।মই মাত্ৰ সৃষ্টিহে কৰিছিলো খালি পাই।এইখন মুল http://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0_%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%9F%E0%A6%A8%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%B2%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9 ত এনেকৈয়ে আছিল।ভালেই হ'ল এতিয়া গোতেইখিনি শুধৰাব পৰা যাব।দ্বিজেন মহন্ত (talk) 13:18, 3 জুলাই 2012 (UTC)

গণিত চ’ৰাত TIFR টো TIFR ৰ প্ৰৱেশ পৰীক্ষা কৰি দিয়া বাবে ধন্যবাদ, লক্ষ্য কৰাই নাছিলো, TOIৰ পৰা কপি পেষ্ট কৰিছিলো শাৰীটো । দীপাংকৰ চেতিয়া? 11:59, 19 জুন 2013 (UTC)


স্বাগতম! Debanjan ray (talk) 16:05, 19 জুন 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Debanjan ray,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

Speedy deletion nomination of কাছাৰ কংগ্ৰেছ সম্পাদনা কৰক

 

A tag has been placed on কাছাৰ কংগ্ৰেছ, requesting that it be speedily deleted from Wikipedia. This has been done for the following reason:

কাছাৰ কংগ্ৰেছ বুলি কোনো ৰাজনৈতিক দল গঠন কৰা হৈছিল বুলি কোনো প্ৰমাণ উপলব্ধ নাই, সেইকাৰণে এই পৃষ্ঠাটো বিলোপন যোগ্য

Under the criteria for speedy deletion, articles that do not meet basic Wikipedia criteria may be deleted at any time.

If you think that the page was nominated in error, contest the nomination by clicking on the button labelled "Click here to contest this speedy deletion" in the speedy deletion tag. Doing so will take you to the talk page where you can explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once a page is tagged for speedy deletion, it may be removed without delay. Please do not remove the speedy deletion tag yourself, but do not hesitate to add information that is consistent with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you.

Thesaurabhsaha (বাৰ্তা) 15:28, 30 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক