নাম সম্পাদনা কৰক

উচ্চাৰণ অনুসৰি নামটো "মল দিৱস"ৰ পৰা "ম'ল দিৱস"লৈ স্থানান্তৰ কৰিলোঁ। নহ'লে ফট্‌কে দেখি শৌচ সম্পৰ্কীয় কিবা দিৱস বুলি আচৰিত হৈ গৈছিলোঁ! — গীতাৰ্থ বৰদলৈ (talk) 17:43, 23 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ম'ল দিৱস" পৃষ্ঠালৈ উভতি যাওক।