একেবাৰে তলৰ তালিকাখনত মাগোল শব্দটি মাগল হৈ আছে। শুদ্ধ কৰিব পাৰি নে ? Nayanjyoti sarma (talk) 03:32, 26 অক্টোবৰ 2012 (UTC)

পাৰিলোঁ।ধন্যবাদ

Nayanjyoti sarma (talk) 04:37, 26 অক্টোবৰ 2012 (UTC)

Muggle শব্দটোৰ লিপ্যন্তৰ "মাগোল" হ'ব জানো? "মাগল" হ'ব যেনেহে লাগিছে। ও-কাৰ আহিব নালাগে। "মাগোল" লিখিলে Struggleটো "ষ্ট্ৰাগোল" হ'ব! — গীতাৰ্থ বৰদলৈ (talk) 17:39, 2 নৱেম্বৰ 2012 (UTC)
"মাগোল" পৃষ্ঠালৈ উভতি যাওক।