মুম্গ্ৰন্থ সম্পাদনা কৰক

নামটো খেলিমেলি পাইছো, চাবচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:09, 14 অক্টোবৰ 2012 (UTC)

মুম্বই (বাংলা)ৰ পৰা "বই" টো "গ্ৰন্থ" বুলি replace all কৰাৰ ফলত "মুম্গ্ৰন্থ" বোৰৰ জন্ম হ'ল। কোনোবাই এবাৰ চকু ফুৰাব। ভগৎ লাল দত্ত 19:59, 15 অক্টোবৰ 2012 (UTC)


হাঃ হাঃ হাঃ ..... ছপাশালৰ ভুত ৱিকিপিডিয়াতো সোমালহি তেন্তে!!! প্রভাকৰ শৰ্মা নেওগ (talk) 20:14, 15 অক্টোবৰ 2012 (UTC)
"মুম্বাই" পৃষ্ঠালৈ উভতি যাওক।