বাৰ্তা:মূলধন (অৰ্থনীতি)
এনেধৰণৰ অনুবাদ জীৱনত এয়ে প্ৰথম। কিবা ভুল-ভ্ৰান্তি থাকিলে আঙুলিয়াই দিয়ে যেন, অথবা শুধৰাই দিলে কৃতাৰ্থ হ'ম। মাজে-সময়ে আহি লিখি থাকিম। :) - দীপচান
- অনুবাদ টিপ্-টপ্। কেৱল অলপ তথ্যসূত্ৰ দিব লাগিব। সহায়ৰ বাবে ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি চাওক বা ৱিকি গ্ৰুপৰ ডক্ ফাইল চাওক। বাৰ্তা লিখাৰ পিছত স্বাক্ষৰ কৰিবলৈ চাৰিডাল টাইল্ড (~) ব্যৱহাৰ কৰক। -- গীতাৰ্থ বৰদলৈ (talk) 17:25, 23 মাৰ্চ 2012 (UTC)
মূলধন (অৰ্থনীতি)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন মূলধন (অৰ্থনীতি)ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।