বাৰ্তা:য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ

য়ুগ'স্লেভিয়া এতিয়া আছে জানো ?

য়ুগ'স্লেভিয়া বৰ্তমান এখন ৰাষ্ট্ৰ নহয়। IKHazarika (talk) 12:21, 27 জুন 2015 (UTC)

:) ঈশান এইটো লেখা ক'ত বিচাৰি পালা হে! তোমাৰ অৱদানক আদৰণি জনাইছোঁ, কিন্তু এইটো প্ৰবন্ধ আমাৰ বাবে প্ৰয়োজনীয় নে? সোধাৰ বাবে বেয়া নাপাবা দেই। — গীতাৰ্থ বৰদলৈ (talk) 16:49, 27 জুন 2015 (UTC)
লিখিবলৈ চুটি প্ৰবন্ধ বিচাৰি আছিলো, কিবা এটা লিখিবলৈ মন আছিলে, পিচে অধিক সময় নাছিলে !! ইংৰাজী ৱিকিপিডিয়াতে পালো ! IKHazarika (talk) 09:45, 25 July 2015 (UTC)
"য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ" পৃষ্ঠালৈ উভতি যাওক।