বাৰ্তা:য়ুৰি গেগেৰিন
ইয়াত {{অনুবাদ}} tag টো লগাব পাৰিনেকি? ৰাইজৰ চ'ৰাত অনুবাদ সম্পৰ্কে এটা আলোচনাও আছে - এই লিংকত - ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)#অনুবাদ প্ৰবন্ধ; এবাৰ চকু ফুৰাই মতামত দিয়কচোন।
আচলতে এই প্ৰবন্ধটো প্ৰায় সম্পূৰ্ণই যদিও মই এই সুযোগটো অনুবাদ টেগটোৰ সম্পৰ্কীয় আলোচনাখিনিলৈও আপোনাৰ/আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ বুলিবও পাৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 10:33, 26 ডিচেম্বৰ 2013 (UTC)
- নিশ্চয়, আচলতে এই কামটো ময়েই কৰা উচিত আছিল। বহুদিনৰ মূৰত অহা বাবে পাহৰি গৈছিলো। মই লগাই দিছোঁ।উদ্দীপতালুকদাৰ (talk) 14:37, 26 ডিচেম্বৰ 2013 (UTC)
য়ুৰি গেগেৰিনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন য়ুৰি গেগেৰিনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।