বাৰ্তা:যোৰহাট
আন কোনোৱে সম্পাদনা কৰিলে "সম্পাদনা সাৰাংশ" লিখিবলৈ নাপাহৰিব দেই। Gitartha.bordoloi 11:21, 26 নভেম্বৰ 2011 (UTC)
- 5 শিক্ষা আৰু গৱেষণা
- ( 5.1 গৱেষণা প্ৰতিষ্ঠান
- 5.2 মহাবিদ্যালয়
- 5.3 কাৰিকৰী শিক্ষানুষ্ঠান
- 5.4 চিকিত্সা প্ৰতিষ্ঠান
- 5.5 মহাবিদ্যালয় )
- 5.5 আৰু 5.2 দুয়োটাতে মহাবিদ্যালয় হৈ আছে দেখোন ?--Dwijenmahanta 17:26, 29 নভেম্বৰ 2011 (UTC)
- ঠিক কৰিলোঁ। সৰু-সুৰা ভুল দেখিলে নিজেই শুধৰণি কৰি দিব। Gitartha.bordoloi 19:41, 29 নভেম্বৰ 2011 (UTC)
- "১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা স্থাপিত। স্থাপন হোৱা বছৰ ধৰি ইয়াত গোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।" ___ গোঁৰা নে ঘোঁৰা ? গোঁৰা মানে Pop'পনী'ক বুজাইছে নেকি ?মানে সৰু ঘোঁৰা । সেইটোক অসমীয়াত টাটু বুলিহে কয় নেকি। কথাটো অকনমান চাবছোন। দ্বিজেন মহন্ত 08:04, 2 ফেব্ৰুৱাৰী 2012 (UTC)
যোৰহাটৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন যোৰহাটক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।