নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১–ৰ থীম সম্পাদনা কৰক

@অজয় দাস:, লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী এগৰাকী এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি। এলজিবিটিসকলক তৃতীয় লিংগৰ বুলি বিবেচনা কৰা হয়। ত্ৰিপাঠীক এগৰাকী নাৰী বুলি গণ্য কৰিব পাৰিনে? নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ –ৰ থীমৰ সৈতে তৃতীয় লিংগ বিষয়টোৰ সম্পৰ্ক আছে জানো? বাবুল বৈশ্য (বাৰ্তা) 01:54, 19 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Babulbaishya:, দুটা কাৰণৰ বাবে এডিটাথনৰ জমা দিছিলোঁ। প্ৰথমটো হ'ল ৱিকিপিডিয়াত লিংগ ব্যৱধান কমাবলৈ নাৰীৰ লগতে আন লৈংগীক আৰু যৌন সংখ্যালঘু সকলো অন্তৰ্ভুক্ত হয়। দ্বিতীয়তো হল তেখেতে পুৰুষৰ সলনি নিজকে নাৰী হিচাপে চিনাক্ত কৰে। মোৰ থিম বুজাত ভুলো হ'ব পাৰে! গতিকে বিচাৰক আৰু সমন্বয়কলৈ এৰিলোঁ।- অজয়  কথা-বতৰা 02:34, 19 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Babulbaishya, অজয় দাস: এডিটাথনৰ নিয়ম অনুসৰি যিকোনো নাৰী আৰু কুইয়াৰ (এলজিবিটি+) ব্যক্তিত্বৰ প্ৰবন্ধ প্ৰতিযোগীতাখনৰ বাবে বৈধ। "includes but is not limited to, women and queer personalities", সেয়ে নাৰী বিষয়ক আৰু এলজিবিটি বা কুইয়াৰ বিষয়ক যিকোনো প্ৰবন্ধ এডিটাথনৰ থীমৰ ভিতৰত পৰে। --SlowPhoton (talk) 03:16, 19 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
দুঃখিত, সম্ভৱতঃ অমনোযোগিতাৰ বাবে 'queer' শব্দটো মন কৰা নাছিলো। বাবুল বৈশ্য (বাৰ্তা) 03:48, 19 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী" পৃষ্ঠালৈ উভতি যাওক।