বাৰ্তা:লোকসভা
এই পৃষ্ঠাখন লোকসভা-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
Alliance শব্দৰ অসমীয়া ভাঙনিত অলপ সমস্যা পালো|
গোটত এই সম্পৰ্কে সন্ধান কৰাত নিম্নোক্ত উত্তৰ সমূহ পালো|
- যোটবন্ধন
- গোটবন্ধন
- মিত্ৰ-গোষ্ঠী / জোঁট / মৰ্চা (বাক্যভেদে প্ৰয়োগ ভিন্ ভিন্ হ’ব।)
শেষত মিত্ৰ-গোষ্ঠী / জোঁট / মৰ্চা এইকেইটা শব্দই বাৱহাৰ কৰিছো| বিষ্ণু শইকীয়া বাৰ্তা 15:42, 15 মাৰ্চ 2012 (UTC)