বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

শৈলেন দাস গোৱালপাৰা অসমৰ এগৰাকী সুপৰিচিত সমাজকৰ্মী হয়। মই কিছুমান ৰেফাৰেন্স যোগ কৰিছো আৰু লেখাটোৰ কাম কৰিছো।

এই লেখ টো অসমীয়া ৱিকিপিডিয়াত থাকিব লাগে কাৰণ ব্যক্তিজনৰ যথেষ্ট উল্লেখযোগ্যতা আছে। Medhi jyoti (বাৰ্তা) 07:11, 15 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Medhi jyoti ছাইলেন গুচাই শৈলেন কৰাৰ বাবে ভাল লাগিল। অল অসম চোৰ চাপোৰী সংগঠন নে সদৌ অসম চৰ চাপৰি সংগঠন? মন কৰিবচোন। চোৰ নিশ্চয় নহয়। চন্দন চিৰিং ফুকন ✉️ 14:36, 17 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Chiring chandan ধন্যবাদ আপোনাৰ ভূল তো সোধৰুৱা বাবে | Medhi jyoti (বাৰ্তা) 17:48, 17 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Speedy deletion nomination of শৈলেন দাস সম্পাদনা কৰক

 

A tag has been placed on শৈলেন দাস, requesting that it be speedily deleted from Wikipedia. This has been done for the following reason:

ৱিকিশৈলীৰে লিখা হোৱা নাই।

Under the criteria for speedy deletion, articles that do not meet basic Wikipedia criteria may be deleted at any time.

If you think that the page was nominated in error, contest the nomination by clicking on the button labelled "Click here to contest this speedy deletion" in the speedy deletion tag. Doing so will take you to the talk page where you can explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once a page is tagged for speedy deletion, it may be removed without delay. Please do not remove the speedy deletion tag yourself, but do not hesitate to add information that is consistent with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you.


এই লেখাটোত নিৰ্ভৰযোগ্য উৎস উপস্থাপন কৰা হোৱা নাই। সেইসকল লোককে উল্লেখযোগ্য বুলি ধাৰণা কৰা হয়, যিসকলে একাধিক প্ৰকাশিত গৌণ উৎসত গুৰুত্বপূৰ্ণ কভাৰেজ লাভ কৰিছে।যদিহে কোনো উৎসৰ কভাৰেজৰ গভীৰতা যথেষ্ট নহয়, তেনেহ'লে উল্লেখযোগ্যতা প্ৰতিপন্ন নহʼব পাৰে। গৌণ উৎসৰ দ্বাৰাও বিষয় এটাৰ নগণ্য কভাৰেজ, উল্লেখযোগ্যতা প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত নহ'ব পাৰে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই পৃষ্ঠাটো চাওক। https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%89%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%96%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A6%AF%E0%A6%A4%E0%A6%BE_(%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF) Jonali Baruah (বাৰ্তা) 12:13, 23 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

"শৈলেন দাস" পৃষ্ঠালৈ উভতি যাওক।