ইংৰাজী ৱিকিৰ লিংক সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু বৰঙণিৰ বাবে সমূহ ৱিকিমিডিয়া সমাজৰ হৈ ধন্যবাদ জনাইছোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা মেখেলা চাদৰ নামৰ প্ৰবন্ধটোৰ ভিতৰৰ নামস্থানত ইংৰাজী ৱিকিৰ লিংক বেলেগকৈ সংযোগ কৰাৰ প্ৰয়োজন নাই। অন্য ভাষাসমূহৰ লিংক সোঁ‌কাষে আন্তঃৱিকি সংযোগ হিচাপে ৱিকিডাটাৰ সৈতে ইতিমধ্যে সংযুক্ত হৈয়েই আছে। --Chandan Chiring Phukon Let's chat 19:03, 11 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক

অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়াই থকা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আগলৈয়ো ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। Nayan j Nath (talk) 06:33, 21 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ। JonaliB (talk) 17:49, 2 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দক্ষিণ এছিয়া এডিটাথন ২০২১ সম্পাদনা কৰক

@JonaliB: এডিটাথনৰ ফাউণ্টেইন সঁজুলি ইতিমধ্যে সংস্থাপিত হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধ এই লিংকত গৈ জমা কৰিব পাৰিব। কিবা অসুবিধা পালে মোৰ বাৰ্তাপৃষ্ঠাত বাৰ্তা দিব পাৰে। -- বাবুল বৈশ্য (talk) 15:58, 3 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Universal Code of Conduct consultation সম্পাদনা কৰক

Hi JonaliB,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:44, 27 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Wikitanvir (WMF): Wikitanvir (WMF) I am not sure how to participate as I am new to Wikipedia. Please provide instructiosn how to join -JonaliB

Hello JonaliB, although the consultation has ended officially, you can still say your input on ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia like your fellow editor দিব্য দত্ত did. You can support/oppose or state any concerns you have about misconduct or harassment you faced or have seen others faced. Thanks! Wikitanvir (WMF) (বাৰ্তা) 08:42, 10 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

নাৰী গৌৰৱ পদক সম্পাদনা কৰক

  নাৰী গৌৰৱ পদক
সন্মান আৰু শ্ৰদ্ধাৰে জনাও যে নাৰীত্ব আৰু নাৰী সম্পৰ্কীয় সামাজিক দৃষ্টিকোণ বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে আপুনি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰি ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 02:32, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Nayan j Nath: :অশেষ ধন্যবাদ জনালোঁ। --JonaliB 11:19, 1 March 2021 CST

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় JonaliB,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons সম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় JonaliB,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary সম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:26, 17 November 2021 (ইউ.টি.চি.)

শ্ৰেষ্ঠ নৱাগত পদক (২০২১) সম্পাদনা কৰক

  শ্ৰেষ্ঠ নৱাগত পদক
২০২১ বৰ্ষত অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য অৱদানৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আগলৈয়ো অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। ধন্যবাদেৰে। — চাণক্য (বাৰ্তা) 05:32, 1 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ JonaliB (বাৰ্তা) 16:45, 13 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

International Mother Language Day 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

International Women's Month 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

অমূল্য অৱদান পদক (২০২২) সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। ২০২২ বৰ্ষত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 05:42, 1 January 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Women's Month Datathon on Commons সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Women's Month Datathon on Commons Online Session সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

সহযোগিতা পদক, ২০২৩ সম্পাদনা কৰক

  সহযোগিতা পদক
হে ৱিকিসতীৰ্থ,

চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত ভালেমান গুৰুত্বপূৰ্ণ প্ৰবন্ধ সৃষ্টি কৰি সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -Joli Rumi (বাৰ্তা) 23:51, 29 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৰ্মশালাৰ সোণালী পদক সম্পাদনা কৰক

 
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ জুন মাহত অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সমল ব্যক্তি হিচাপে আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ
 

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

শ্ৰেষ্ঠ অৱদানকাৰী বঁটা, মহাত্মা গান্ধী এডিটাথন, ২০২৩ সম্পাদনা কৰক

 
 
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ৰ প্ৰতি আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওক। শুভকামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ
ধন্যবাদ!--JonaliB 9:20, 12 October 2023 CST

সহায় সম্পাদনা কৰক

ইংৰাজী ৱিকিপিডিয়াৰ দৰে Automatic reference কেনেকৈ দিব পাৰি? Argosandaltika (বাৰ্তা) 09:20, 27 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহৰ সহযোগী সম্পাদনা কৰক

  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

ৱিকিসভা পদক সম্পাদনা কৰক

  ৱিকিসভা পদক
সন্মানীয় ৱিকি সতীৰ্থ, অসমীয়া ৱিকিমিডিয়া সমাজে প্ৰতিমাহে আয়োজন কৰি থকা অনলাইন ৱিকিমিট্ সমূহত আপুনি ব্যক্তিগতভাৱে যি সহায়ৰ হাত আগবঢ়াইছে সেয়া কেৱল এজন গুণগ্ৰাহী ব্যক্তিৰ ক্ষেত্ৰতহে সম্ভৱ। প্ৰকল্পটোৰ প্ৰতি থকা আত্মীয়তা আৰু দায়িত্ববোধৰ শলাগস্বৰূপে আপোনালৈ ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই অভিনন্দন স্বৰূপ সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- Nayan j Nath (বাৰ্তা) 17:09, 29 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Thank you for being a medical contributors! সম্পাদনা কৰক

  The 2023 Cure Award
In 2023 you were one of the top medical editors in your language. Thank you from Wiki Project Med for helping bring free, complete, accurate, up-to-date health information to the public. We really appreciate you and the vital work you do!

Wiki Project Med Foundation is a thematic organization whose mission is to improve our health content. Consider joining for 2024, there are no associated costs.

Additionally one of our primary efforts revolves around translation of health content. We invite you to try our new workflow if you have not already. Our dashboard automatically collects statistics of your efforts and we are working on tools to automatically improve formating.

Thanks again :-) -- Doc James along with the rest of the team at Wiki Project Med Foundation 22:25, 3 February 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Organising Feminism and Folklore সম্পাদনা কৰক

 

Hello Community Organizers,

Thank you for organising Feminism and Folklore writing competition on your wiki. We congratulate you in joining and celebrating our cultural heritage and promoting gender equality on Wikipedia.

To encourage boost for the contributions of the participants, we're offering prizes for Feminism and Folklore local prizes. Each Wikipedia will have three local winners:

  • First Prize: $15 USD
  • Second Prize: $10 USD
  • Best Jury Article: $5 USD

All this will be in gift voucher format only. Kindly inform your local community regarding these prizes and post them on the local project page

The Best Jury Article will be chosen by the jury based on how unique the article is aligned with the theme. The jury will review all submissions and decide the winner together, making sure it's fair. These articles will also be featured on our social media handles.

We're also providing internet and childcare support to the first 50 organizers and Jury members for who request for it. Remember, only 50 organizers will get this support, and it's given on a first-come, first-served basis. The registration form will close after 50 registrations, and the deadline is March 15, 2024. This support is optional and not compulsory, so if you're interested, fill out the form here.

Each organizer/jury who gets support will receive $30 USD in gift voucher format, even if they're involved in more than one wiki. No dual support will be provided if you have signed up in more than one language. This support is meant to appreciate your volunteer support for the contest.

We also invite all organizers and jury members to join us for office hours on Saturday, March 2, 2024. This session will help you understand the jury process for both contests and give you a chance to ask questions. More details are on meta page.

Let's celebrate our different cultures and work towards gender equality on Wikipedia!

Best regards,

Rockpeterson

MediaWiki message delivery (বাৰ্তা) 05:56, 29 February 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিচাৰক পদক সম্পাদনা কৰক

  বিচাৰক পদক
হে ৱিকিসতীৰ্থ, বৰ্তমান ৱিকিপিডিয়াত চলি থকা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -অসমীয়া ৱিকিমিডিয়া সমাজ

অনন্য বিষয়ৰ পদক সম্পাদনা কৰক

  অনন্য বিষয়ৰ পদক
প্ৰিয় ৱিকি সতীৰ্থ, নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ত আপুনি নিজা পৰিকল্পনাৰে অনুবাদৰ বাবে নিৰ্বাচনকৰা প্ৰবন্ধৰ বিষয়সমূহ আছিল একক আৰু অনন্য। আপোনাৰ এই অৱদানে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 15:27, 29 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৃতজ্ঞতা আৰু অভিনন্দন সম্পাদনা কৰক

  কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ