আকৌ বাৰাহাত ধৰিলা নেকি? পাইপ দি আছা যে? — গীতাৰ্থ বৰদলৈ (talk) 18:01, 29 জুন 2015 (UTC)

হে হে, মেকত নতুনকৈ আকৌ শব্দৰ কীবৰ্ডখন ল'লো| বৰ অসুবিধা পাইছো, চন্দ্ৰবিন্দুটোৱে নাই| বেলেগ কিবা আছে নেকি জাহ্নবীৰ লগত মিল থকা? বাৰে বাৰে একেবোৰ কথাকে শিকি থকাটো বৰ আমনিদায়ক! জলি বৰা (talk) 18:06, 29 জুন 2015 (UTC)

মই জনাত মেকৰ বাবে শব্দ আৰু লাচিতহে আছে। জাহ্নৱীৰ লগত কিমান মিল আছে নাজানো। শব্দত দাৰি, চন্দ্ৰবিন্দু আছে চাগে। পংকজ দাহঁতক সুধিব পাৰা। — গীতাৰ্থ বৰদলৈ (talk) 07:57, 30 জুন 2015 (UTC)
"শ্বেফিল্ড" পৃষ্ঠালৈ উভতি যাওক।