ৰাগটোৰ ওপৰত এটা সুকীয়া প্ৰবন্ধ হ'ব জানো? আনহাতে 'কৃষ্ণ' বুজালে ইংৰাজী ৱিকিপিডিয়াৰ নিচিনাকৈ en:List of titles and names of Krishna জাতীয় প্ৰবন্ধ এটা ৰাখিলেহে ভাল হ'ব। তাৰ পিছত দ্ব্যৰ্থতা দূৰ কৰিব পৰা যাব। Gitartha.bordoloi 16:51, 1 জানুৱাৰী 2012 (UTC)

ঠিক আছে| ডিলিট কৰি দিয়া| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 16:54, 1 জানুৱাৰী 2012 (UTC)
হিঃ হিঃ। ডিলিট টেগ্‌ কৰোঁতে আচল কাৰণটো ভালকৈ লিখিব। সকলোতে Nonsense নিলিখিব :) Gitartha.bordoloi 17:27, 1 জানুৱাৰী 2012 (UTC)
"শ্যাম" পৃষ্ঠালৈ উভতি যাওক।