বাৰ্তা:শ্ৰীমদ্ভগৱতগীতা
প্ৰতীম দা ধৰিবতো পাৰিছে চাগে। ৱিকিপিডিয়াত আপুনি মদ্ভাগৱত গীতাৰ কি, কিয়, কেতিয়া আদিবোৰ লিখিব পাৰিব কিন্তু শ্লোকবোৰ দি থাকিব নোৱাৰিব। কীৰ্তন বা নামঘোষাৰ ক্ষেত্ৰতো একে কথা। আশা কৰোঁ খুব সোনকালেই wikisource অসমীয়াত সক্ৰিয় হ'ব আৰু তেতিয়া এইবোৰ তাত সকলোৱে পঢ়িবলৈ ভৰাব পাৰিম। Gitartha.bordoloi 18:10, 28 ডিচেম্বৰ 2011 (UTC)
শ্ৰীমদ্ভগৱতগীতাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন শ্ৰীমদ্ভগৱতগীতাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।