আমাৰ অসম, জনমভূমি, দৈনিক বাতৰি আদিত সমীৰ তাঁতীৰ জন্মস্থান "বিহৰা চাহ বাগিচা" বুলি আছে। আনহাতে নিয়মীয়া বাৰ্তাত নুমলীগড়ৰ "মিকিৰচাং চাহ বাগিচা" বুলি আছে। — গীতাৰ্থ বৰদলৈ (talk) 07:25, 16 জানুৱাৰী 2013 (UTC)

"সমীৰ তাঁতী" পৃষ্ঠালৈ উভতি যাওক।