বাৰ্তা:সলিল চৌধুৰী
http://www.himjyoti.com/2011/10/blog-post.html এই ব্লগৰপৰা সম্পূৰ্ণ ৰূপে আহৰিত। উদ্দীপতালুকদাৰ 08:25, 19 জানুৱাৰী 2012 (UTC)
- আই.পি ঠিকনাৰে লিখা কোনো লেখাকে গ্ৰহণযোগ্য নহয় বুলি অস্থয়ীভাৱে এটা নিয়ম কৰা উচিত৷ কাৰণ এনে লেখাবোৰ প্ৰায়েই দেখা গৈছে আন লেখাৰ পৰা কপি-পেষ্ট কৰি দিছে৷ কিন্তু এনেদৰে সকলো লেখাকে পৰীক্ষা কৰাও সম্ভৱ নহয়৷ লগতে আন এটা কথা ক'ব বিচাৰোঁ যে, কেৱল এটা-দুটা শাৰীৰেই কোনেও এটা নতুন পৃষ্ঠা সৃষ্টি কৰা উচিত নহয়৷ কাৰণ পৃষ্ঠা এটা সৃষ্টি কৰাই আমাৰ উদ্দেশ্য নহয়৷ নুন্যতম ডাটা হাতত মজুত থাকিলেহে এটা নতুন পৃষ্ঠা সৃষ্টি কৰা উচিত৷ কাৰণ এনে দুটা-তিনিটা শাৰীৰেই অনেক পৃষ্ঠা (http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:ShortPages) ইতিমধ্যে পৰি আছে৷
Anjal Borah 08:49, 19 জানুৱাৰী 2012 (UTC)
- ডিলিট কৰিব নালাগে। কাৰণ পিছলৈ পৃষ্ঠাখনৰ পুনৰ্নিমাণ হ'ব পাৰে। এতিয়া কথাখিনি মচি ৰাখিলেই হ'ল। Gitartha.bordoloi 08:57, 19 জানুৱাৰী 2012 (UTC)
সলিল চৌধুৰীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সলিল চৌধুৰীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।