তলৰ ইংৰাজী শব্দ কেইটা মই অসমীয়াত সঠিকভাৱে লিখিব পৰা নাই৷ কোনোবাই শুদ্ধ ৰূপত লিখি দিব৷

Socialist party, Praja Socialist Party, Cupid Aru Psyche, Kannaki, Idle Hours, Bahagate Pati Jaon Biya

Anjal Borah ০৬:৫০, ১৯ আগষ্ট ২০১১ (UTC)ছচিয়েলিস্ট পাৰ্টি ৷প্ৰজা ছচিয়েলিষ্ট পাৰ্টি ,কিউপিড আৰু চাইকি ,কন্নকি ,আইডিয়েল ৱাৱাৰ্চ ,বহাগতে পাতি যাওঁ বিয়া


নাম বিভ্ৰাট সম্পাদনা কৰক

এই আলোকচিত্ৰখনত তেখেতৰ নাম ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা বুলি আছে| জন্ম আৰু মৃত্যুৰ চনটোৱো মিলা নাই| কি কৰা যায় ? বিষ্ণু শইকীয়া 18:40, 21 ডিচেম্বৰ 2012 (UTC)

সমাধান হ’ল| ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা আন এজন ব্যক্তিহে| পৃষ্ঠাটো তৈয়াৰ কৰি থলো| বিষ্ণু শইকীয়া 14:18, 27 ডিচেম্বৰ 2012 (UTC)

Inadequate টেগটো গুচাব পৰা হৈছে নেকি চাবচোন। ‍‍Drnayanjyoti (talk)

"হেম বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।