আফটাৰ ডাঙৰীয়া, অলপ বহলাই লিখক। অন্যথা পিছত এইখিনি মচি পেলোৱা হ'ব পাৰে! — গীতাৰ্থ বৰদলৈ (talk)

জিলা নে নগৰ সম্পাদনা কৰক

হোজাই নামৰ এখন নগৰো আছে আৰু এখন জিলাও আছে। প্ৰবন্ধটোৰ বিষয়বস্তুলৈ চাই দেখা গৈছে যে ইয়াত জিলাখনৰ বিষয়েহে লিখা হৈছে। সেয়েহে ইয়াক হোজাই জিলালৈ পুনৰ্নিৰ্দেশ কৰা উচিত। বাবুল বৈশ্য (talk) 09:59, 24 August 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

"হোজাই" পৃষ্ঠালৈ উভতি যাওক।