বাৰ্তা:হোমি জাহাঙ্গীৰ ভাবা

উচ্ছাৰণ সম্পাদনা কৰক

"হোমি জেহাঙ্গীৰ ভাভা" নে "হোমি জাহাঙ্গীৰ ভাবা"? ইংৰাজী বানানমতে "হোমি জেহাঙ্গীৰ ভাভা" হয়, কিন্তু মই সকলোতে "হোমি জাহাঙ্গীৰ ভাবা" বুলিহে পাইছোঁ। হিন্দীখনত "होमी जहांगीर भाभा" বুলি আছে, সেই হিচাবত जहांगीर = জাহাংগীৰ বা জাহাঙ্গীৰ হে হয় (হিন্দীমতে "ভাভা"ই লিখিছে বাৰু)। প্রভাকৰ শৰ্মা নেওগ (talk) 09:48, 22 জানুৱাৰী 2014 (UTC)

মই লিখা তথ্যসূত্ৰ মতে "হোমি জেহাঙ্গীৰ ভাভা"৷ Rumi Borah (talk) 11:04, 22 জানুৱাৰী 2014 (UTC)

"হোমি জাহাঙ্গীৰ ভাবা" পৃষ্ঠালৈ উভতি যাওক।