এই ক্ৰমটোৰ কোনো বিশেষ নাম নাইনে? — গীতাৰ্থ বৰদলৈ (talk) 07:16, 3 August 2015 (UTC)

নাইপোৱা দেখোন। মই বিচাৰি আছোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 14:48, 3 August 2015 (UTC)
ইংৰাজী ৱিকিপিডিয়াতো এই নামেই আছে IKHazarika (talk) 15:23, 3 August 2015 (UTC)
ok. Added interwiki links. — গীতাৰ্থ বৰদলৈ (talk) 18:02, 3 August 2015 (UTC)

সম্পাদনা সম্পাদনা কৰক

অনুবাদটোত বহুখিনি সম্পাদনা কৰিবলৈ বাকী আছে। মই প্ৰথম দুটা পেৰাগ্ৰাফ কৰিলোঁ। বাকীখিনিত অন্য কোনোবাই অকণমান হাত লগালে ভাল হ'ব। ধন্য়বাদ। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 15:06, 27 February 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

"১ + ২ + ৪ + ৮ ⋯" পৃষ্ঠালৈ উভতি যাওক।