Alliance শব্দৰ অসমীয়া ভাঙনিত অলপ সমস্যা পালো| গোটত এই সম্পৰ্কে সন্ধান কৰাত নিম্নোক্ত উত্তৰ সমূহ পালো|

  • যোটবন্ধন
  • গোটবন্ধন
  • মিত্ৰ-গোষ্ঠী / জোঁট / মৰ্চা (বাক্যভেদে প্ৰয়োগ ভিন্ ভিন‌্ হ’ব।)

শেষত মিত্ৰ-গোষ্ঠী / জোঁট / মৰ্চা এইকেইটা শব্দই বাৱহাৰ কৰিছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:42, 15 মাৰ্চ 2012 (UTC)

"ৰাজ্যসভা" পৃষ্ঠালৈ উভতি যাওক।