বাৰ্তা:ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

'জাতিসংঘ'ৰপৰা ৰিডাইৰেক্ট লিংকটো গুচাই দিব লাগে। অসমীয়াত ৰাষ্ট্ৰসংঘ (UN) আৰু জাতিসংঘ (League of Nations (now defunct)) পৃথক-পৃথক অনুষ্ঠানৰ বাবে ব্যৱহৃত নাম। নৱম শ্ৰেণীৰ 'সমাজ বিজ্ঞান' পাঠ্যপুথিত এনেদৰে দুয়োটাৰ মাজত পাৰ্থক্য কৰি দিয়া হৈছে। তেনেদৰেই মানি চলিলে অলপো confusion নোহোৱাকৈ থাকিব। বঙালী ভাষাত জাতিসংঘ UN-ৰ সমাৰ্থক হিচাপে ব্যৱহৃত হয়। এইটোৰ লগত আমি খেলি-মেলি কৰি পেলাব নালাগে।উদ্দীপতালুকদাৰ (talk) 15:16, 21 ছেপ্টেম্বৰ 2012 (UTC)

 কৰা হ'ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:58, 21 ছেপ্টেম্বৰ 2012 (UTC)

শিৰোনামা সলনি সম্পাদনা কৰক

এই প্ৰবন্ধটোৰ শিৰোনামাটো মোৰ বোধেৰে সলনি কৰি ৰাষ্ট্ৰসংঘ শৈক্ষিক, বিজ্ঞানভিত্তিক আৰু সাংস্কৃতিক সংস্থা কৰি দিয়া উচিত।

Dear Wikipedia friends! Please update the article! Since 2017, Audrey Azoulay has been Director-General of UNESCO. Greetings from Fritzober

"ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা" পৃষ্ঠালৈ উভতি যাওক।