বাৰ্তা:ৰাসায়নিক অভিযান্ত্ৰিকী

Assam Engineering College ক যদি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় বুলি কোৱা হয় তেন্তে Chemical Engineering ক ৰাসায়নিক অভিযান্ত্ৰিক বোলাত কি অসুবিধা হৈছে ? খাপচাৰা লাগিছে যদি ৰাসায়নিক অভিযন্ত্ৰণা অথবা ৰাসায়নিক যন্ত্ৰশাস্ত্ৰ শুদ্ধ হ'ব [1][2] JBDVIJASDVI (talk) 16:22, 26 অক্টোবৰ 2014 (UTC)

P.S. অসমীয়া অভিধানত Engineer ক কলমিস্ত্ৰী বুলি পোৱা গৈছে। গতিকে Engineering ক কলমিস্ত্ৰীগিৰি বুলিলেও শুদ্ধ হয় যেন লাগে । JBDVIJASDVI (talk) 16:48, 26 অক্টোবৰ 2014 (UTC)

'Engineering' বিশেষ্য হ'লে 'অভিযান্ত্ৰিকী', বিশেষণ হ'লে 'অভিযান্ত্ৰিক'। শিৰোনামাটো স্থানান্তৰ কৰি দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 19:27, 26 অক্টোবৰ 2014 (UTC)
  1. http://www.sanskrit-lexicon.uni-koeln.de/cgi-bin/serveimg.pl?file=/scans/AEScan/AEScanjpg/ae0136-engender.jpg
  2. http://www.spokensanskrit.de/index.php?tinput=engineer&link=m
"ৰাসায়নিক অভিযান্ত্ৰিকী" পৃষ্ঠালৈ উভতি যাওক।