বাৰ্তা:ৰাসায়নিক অভিযান্ত্ৰিকী
Assam Engineering College ক যদি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় বুলি কোৱা হয় তেন্তে Chemical Engineering ক ৰাসায়নিক অভিযান্ত্ৰিক বোলাত কি অসুবিধা হৈছে ? খাপচাৰা লাগিছে যদি ৰাসায়নিক অভিযন্ত্ৰণা অথবা ৰাসায়নিক যন্ত্ৰশাস্ত্ৰ শুদ্ধ হ'ব [1][2] JBDVIJASDVI (talk) 16:22, 26 অক্টোবৰ 2014 (UTC)
P.S. অসমীয়া অভিধানত Engineer ক কলমিস্ত্ৰী বুলি পোৱা গৈছে। গতিকে Engineering ক কলমিস্ত্ৰীগিৰি বুলিলেও শুদ্ধ হয় যেন লাগে । JBDVIJASDVI (talk) 16:48, 26 অক্টোবৰ 2014 (UTC)
- 'Engineering' বিশেষ্য হ'লে 'অভিযান্ত্ৰিকী', বিশেষণ হ'লে 'অভিযান্ত্ৰিক'। শিৰোনামাটো স্থানান্তৰ কৰি দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 19:27, 26 অক্টোবৰ 2014 (UTC)
ৰাসায়নিক অভিযান্ত্ৰিকীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৰাসায়নিক অভিযান্ত্ৰিকীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।