বহি:সংযোগৰ দ্বিতীয় লিংকটোৰ পৃষ্ঠাটো এতিয়া নাই। সম্পাদনা কৰক

ডিলিট কৰি দিব লাগিব নেকি? নে আহৰণ কৰা তাৰিখটো লিখি ৰাখি দিব পাৰি? উদ্দীপতালুকদাৰ ১৯:২১, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

Deleted. Gitartha.bordoloi ১৯:৫৫, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

কাৰোবাৰ হাতত ৰীতা চৌধুৰী বাইদেউৰ নিজে তোলা ছবি আছে যদি ৱিকিলৈ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 06:29, 19 July 2015 (UTC)

ছবি খন দিলোঁ। Nayanjyoti sarma (talk) 06:21, 29 July 2015 (UTC)

"ৰীতা চৌধুৰী" পৃষ্ঠালৈ উভতি যাওক।