বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
অসমৰ মহাবিদ্যালয়
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (ইংৰাজী: Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1]
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ | |
---|---|
স্থাপিত | ১৯৯৫ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° আৰ. এন. সিং |
স্থান | কোকৰাঝাৰ, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
বিভাগ
সম্পাদনা কৰকবিজ্ঞান
সম্পাদনা কৰক- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- পদাৰ্থ বিজ্ঞান
- গণিত
- কম্পিউটাৰ বিজ্ঞান
- বি পি টি (B.P.T)
- আই টি (I.T)