বিশাল কৃষ্ণ

ভাৰতীয় অভিনেতা

বিশাল কৃষ্ণ ৰেড্ডি (তেলেগু: విశాల్ కృష్ణుడు రెడ్డి, তামিল: விஷால்) (জন্ম আগষ্ট ২৯, ১৯৭৭) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷

বিশাল
জন্ম বিশাল কৃষ্ণ ৰেড্ডি
২৯ আগষ্ট, ১৯৭৭ (৪৬ বছৰ)
চেন্নাই, তামিল নাডু, ভাৰত
ৰাষ্ট্ৰীয়তা India
শিক্ষানুষ্ঠান Loyola College, Chennai
পেচা চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমানলৈ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক