সোণোৱাল কছাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Image
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
Ref + expand
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
 
==ইতিহাস==
আদিমআহোম কালত এইসকল লোকেৰজাসকলে সোৱণশিৰি নদীৰ বালিৰ পৰা সোণ বুটলা কাম কৰা কাৰণেইনিয়োগ এওঁলোকেকৰা কছাৰীসকলক সোণোৱাল খেলত সংগঠিত কৰা হৈছিল। এই কছাৰীসকলক সোণোৱাল কছাৰী নামনামেৰে জনাজাত হ’ল।।<ref>"The Kacharis were, therefore, proficient in extracting gold by washing sands of the rivers. When they became subjects of the Ahom kingdom, they were, therefore, appointed as gold-washers and organized into a Sonowal Khel. These Kacharis came to be known as Sonowol Kacharis"Dutta, Sristidhar (1985), The Mataks and their Kingdom, Allahabad: Chugh Publications</ref><ref>Baruah, Amlan; Choudhury, S. B. Roy পোৱা(1999). বুলি''Assam কিছুমানেState ক’বGazetteer''. খোজেGovernment of Assam</ref>সোণোৱালসকলৰ মাজত মুখ বাগৰি অহা এক লোক কথাৰ মতে, উজনি অসমত থকা কেইঘৰমান সোণোৱাল কছাৰীয়ে আউনিআটীয় গোসাঁই কেশৱ দেৱগোস্বামীক অলৌকিক গুণসম্পন্ন লোক জ্ঞান কৰি বাঁহ চুঙাৰে এচুঙা সোণ দক্ষিণা দি তেওঁৰ ওচৰত শৰণ লোৱা বাবে এইসকল কছাৰী সোণোৱাল কছাৰী হ’ল বুলি কিছুমানে ক’ব বিচাৰে। বৰ্তমান এওঁলোকৰ জনসংখ্যা প্ৰায় আঢ়ৈ লাখৰ (২,৫০,০০০) ওচৰাওচৰি।
 
==বংশমূল==