সোণোৱাল কছাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

More ref required
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{ref improve}}
{{Infobox ethnic group|group=সোণোৱাল কছাৰী|population=আঢ়ৈ লাখ (২,৫০,০০০)|caption=|image_caption=|image=[[File:Sonowal couple.jpg|thumb|পৰাম্পৰাগত সাজপাৰত সোণোৱাল কছাৰী পুৰুষ আৰু মহিলা]]|languages=[[অসমীয়া ভাষা]]|religions=[[বাথৌ ধৰ্ম]]|related=[[অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী]], [[বড়ো-কছাৰী]]}}
'''সোণোৱাল কছাৰী''' সকল উজনি অসমৰ এক ভূমিপুত্ৰ [[অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী| চীনা তিব্বতীয় জনগোষ্ঠী]] । সোণোৱাল কছাৰীসকল তিব্বতমান-বৰ্মীতিব্বতীয় ভাষাভাষীগোষ্ঠীৰ [[বড়ো-কছাৰী]] মূলৰঠালৰ এটা ঠালঅন্তৰ্গত আৰু অসমৰ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাৱ বসবাস কৰা দেখা যায়। সোণোৱাল কছাৰীসকল উজনি অসমত বসবাস কৰি অহা এক প্ৰাচীনতম জনজাতি। সোণোৱাল কছাৰীসকল মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মী ভাষাভাষী শাখাৰ অসম-বৰ্মী এক জনগোষ্ঠী ।
 
==ইতিহাস==