কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
35 নং শাৰী:
 
সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মাৰ্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্ৰায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্ৰুছিয়ান ৰাষ্ট্ৰৰ প্ৰশাসনিক বিষয়া চাৰ্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্ৰায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্ৰুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা [[জেনী ভন ৱেষ্টফালেন]]ক মাৰ্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মাৰ্ক্সে কোনো বিশেষ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্ৰভাৱতেই মাৰ্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰচনাৱলী পঢ়িবলৈ ললে।<ref name="Callinicos 1996">{{cite book | author=Alex Callinicos | title=The Revolutionary Ideas of Karl Marx | year=1996 | publisher=Book Mark | isbn=1-898876-134 | pages = 13–14}}</ref>
 
(বিশ্বৰ বিভিন্ন বিভাগৰ বিজ্ঞানী সকলৰ নাম ও তেওঁলোকৰ আৱিষ্কাৰৰ বিষয়ে আমি জনাটো নিশ্চয় আৱশ্যক।) '''[https://www.biswagyan.in/2020/08/who-invented-drone.html আহঁক চোন জানিবলৈ চেষ্টা কৰোঁ।]'''
 
==শিক্ষা আৰু প্ৰেম==