পাইথেগাৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Authority control
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
35 নং শাৰী:
 
==পাইথেগাৰিয়ান সকলৰ ধ্বংস==
এবাৰ ক্ৰতন আৰু চাইবাৰিচৰ মাজত যুদ্ধ হ'ল। চাইবাৰিচক পৰাজিত কৰাৰ পিছত ক্ৰতনৰ মানুহবোৰে এখন অধিক গণতান্ত্ৰিক সংবিধানৰ দাবী কৰিলে। [https://quickans.in/pythagoras-biography-in-assamese/ পাইথেগেৰাছ] সন্মত নহ'ল। সুযোগ বুজি বহিষ্কৃত পাইথেগাৰিয়ান চাইলনে নেনন নামৰ এজনৰ লগত মিলি ৰাইজক উত্তেজিত কৰি প্ৰাৰ্থনা সভাৰ সময়ত তেওঁলোকক দাহ কৰিলে।<ref>Diogenes Laërtius, viii. 39, 40; Porphyry, Vit. Pyth. 56; Iamblichus, Vit. Pyth. 249; Plutarch, de Stoic. Rep. 37</ref> অনেকৰ মতে পাইথেগাৰাছৰো তাতেই মৃত্যু হ'ল।<ref>Arnob. adv. Gentes, i. p. 23</ref> কিন্তু আন কোনো কোনোৰ মতে, তেওঁ পলাই গ'ল মেতাপ'ন্তামলৈ, য'ত তেওঁ মৃত্যু নোহোৱা লৈকে উপবাস কৰিলে।<ref>Diogenes Laërtius, viii. 39, 40; Porphyry, Vit. Pyth. 56; Iamblichus, Vit. Pyth. 249; Plutarch, de Stoic. Rep. 37</ref>
 
==পাইথেগাৰাছৰ উপপাদ্য==