WLWSA-2021 Newsletter #6 (Request to provide information)সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:27, 17 November 2021 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: ডিচেম্বৰ, ২০২১সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

--Nayan j Nath (বাৰ্তা) 16:40, 31 December 2021 (ইউ.টি.চি.)

@Nayan j Nath: ধন্যবাদ দাদা। — চাণক্য (বাৰ্তা) 02:59, 1 January 2022 (ইউ.টি.চি.)

ধন্যবাদ ভূৱন বিশ্বাস (বাৰ্তা) 17:21, 28 April 2022 (ইউ.টি.চি.)

কৰ্কট সচেতক পদকসম্পাদনা কৰক

  কৰ্কট সচেতক পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি কৰ্কট ৰোগ সংক্ৰান্তীয় ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ-

 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 19:16, 28 February 2022 (ইউ.টি.চি.)

ধন্যবাদ কুলধৰ। — চাণক্য (বাৰ্তা) 19:20, 28 February 2022 (ইউ.টি.চি.)

গোবিন্দপুৰ গাওঁ (লালুক)সম্পাদনা কৰক

গোবিন্দপুৰ গাওঁ খন ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত লাগি থকা লখিমপুৰ জিলাৰ অন্তৰ্গত লালুক চেণ্টাৰৰ ওচৰতে এই গাঁওখন আছে। ভূৱন বিশ্বাস (বাৰ্তা) 17:05, 28 April 2022 (ইউ.টি.চি.)