অৰ্থনীতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''অৰ্থনীতি''' ({{lang-en|Economics}}) হৈছে [[সমাজ বিজ্ঞান]]ৰ এটা বিভাগ। ই এখন [[দেশ]] অথবা এটা অঞ্চলৰ [[দ্ৰব্য]] আৰু [[সেৱা]]ৰ [[উৎপাদন]], [[যোগান]], [[বিনিময়]], [[বিতৰণ]] আৰু [[ভোগ]]ৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। [[সম্পদ]] সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাৱ পূৰণ কৰাই হ’ল অৰ্থনীতিৰ মূল বিষয়।
 
অৰ্থনীতি শব্দটো ইংৰাজী 'EconomicsEconomicsজজ' শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে 'Economics' শব্দটো গ্ৰীক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি।<ref name="etymology">{{cite web | last = Harper | first = Douglas | authorlink = Douglas Harper | title = Online Etymology Dictionary&nbsp; – Economy |date=November 2001 | url = http://www.etymonline.com/index.php?term=economy | accessdate=October 27, 2007}}</ref>
 
==অৰ্থনীতিৰ সংজ্ঞা==
"https://as.wikipedia.org/wiki/অৰ্থনীতি"ৰ পৰা অনা হৈছে