কৈৱৰ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
1 নং শাৰী:
'''কৈৱৰ্ত''', '''জালিয়া কৈৱৰ্ত''' সকল অসমৰ প্ৰাচীনতম জনগোষ্ঠী সমূহৰ ভিতৰত এটা । অসমৰ কৈৱৰ্ত সকলৰ বিষয়ে যদিও সীমিত প্ৰমাণ পোৱা যায়, তথাপিও বৰ্তমানৰ ইতিহাসবিদ আৰু পণ্ডিতসকলে তেওঁলোকৰ অতীতৰ আভাস দিছে। ১৮৯১ চনৰ মিদনাপুৰৰ লোকপিয়লৰ পৰা প্ৰমাণ পোৱা যায় যে কৈৱৰ্ত সকলে পূৰ্বতে দিল্লীৰ নিচেইৰ ওচৰৰ অঞ্চলত সৰযু আৰু গংগা উপত্যকাৰ ওচৰৰ অঞ্চলত বাস কৰিছিল আৰু প্ৰায় ২ হাজাৰ বছৰৰ আগতেই অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় শতিকাত গংগাৰ কাষৰ সৰয়ু নদীৰ পৰা বৰেন্দ্ৰী বিহাৰ হৈ প্ৰৱেশ কৰি অসমলৈ প্ৰব্ৰজন কৰিছিল। কৈৱৰ্ত ৰজা নাগশংকৰে শোনিতপুৰৰ প্ৰতাপড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কৰি শিৱ মন্দিৰ নিৰ্মাণ কৰি পুখুৰী খান্দিছিল, যিটো বৰ্তমান নগাশংকৰ মন্দিৰ বুলি জনা যায়।
{{Infobox ethnic group
| group = কৈৱৰ্ত (জালিয়া)
| native_name = কৈৱৰ্ত
| image =
| caption =
| region1 = [[অসম]]
| pop1 = ৫,৮১,৫৫৯ ({{circa|২০১১}})
| langs = [[অসমীয়া ভাষা|অসমীয়া]] • [[বঙালী ভাষা|বঙালী]] • [[ওড়িয়া ভাষা|ওড়িয়া]]
| rels = [[হিন্দু]], [[বৌদ্ধ]]
}}
'''কৈৱৰ্ত''', '''জালিয়া কৈৱৰ্ত''' বা '''জেলে কৈৱৰ্ত''' হৈছে এক অনুসূচিত জাতি যি সংস্কৃতকৰণৰ জৰিয়তে হিন্দু জাতি বা সম্প্ৰদায়লৈ ৰূপান্তৰিত হৈছিল। সাধাৰণতে তেওঁলোকৰ পৰম্পৰাগত মূল বৃত্তি আছিল মাছ ধৰা আৰু তেওঁলোকে মূলতঃ বাংলাদেশ, নেপাল, ভূটান আদি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগতে অসম, উত্তৰ-পশ্চিম বংগ, ওড়িশা আৰু পূব বিহাৰত বাস কৰে। চৰ্যাপসকলৰ প্ৰথম পাণ্ডুলিপিখন কৈৱৰ্ত পন্থাৰ অন্তৰ্গত [[লুইপাদ]] নামৰ এজন বৌদ্ধ পুৰোহিতে ৰচনা কৰিছিল। তেওঁ শৈৱনাথ পন্থীসকলৰ আদি গুৰু মীনাথ (বা মৎস্যেন্দ্ৰনাথ) আৰু উপমহাদেশৰ বিভিন্ন প্ৰান্তত তেওঁক পূজা কৰা হয়।<ref>Dasgupta, Shashibhushan (1946). ''Obscure Religious Cults'', Calcutta University Press, Calcutta, p. 384-385, [https://archive.org/details/obscurereligiouscultsshashibhushandasgupta1946_202003_922_Y Internet Archive copy]; third edition: Firma KLM Private Limited, Calcutta 1960, [https://archive.org/details/obscurereligiouscultsshashibhushandasgupta1960thirdedition_202003_663_P Internet Archive copy]; fifth edition: Firma KLM Private Limited, Calcutta 1995, {{ISBN|81-7102-020-8}}</ref><ref name="books.google.com.au">Ayyappapanicker, K. & Akademi, Sahitya (1997). ''Medieval Indian literature: an anthology, Volume 3''. Sahitya Akademi. {{ISBN|81-260-0365-0}}, {{ISBN|978-81-260-0365-5}}, [https://books.google.com/books?id=KYLpvaKJIMEC&pg=PA599&lpg=PA599&dq=Charyapada&source=bl&ots=uErBQzf_kF&sig=40XO5tAZGnVdXxb7unsRNeth2DM&hl=en&ei=ZemQS8v-HpWXkQXz-MjvDA&sa=X&oi=book_result&ct=result&resnum=5&ved=0CBQQ6AEwBDgK#v=onepage&q=Charyapada&f=false] (accessed: Friday March 5, 2010)</ref>
 
পৰৱৰ্তী সময়ত কৈৱৰ্তসকলে অসমৰ দক্ষিণ আৰু মধ্য অংশত আন ৰাজ্য নিৰ্মাণ কৰিছিল, তাৰ ভিতৰত নগাঁও ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতী (বৰ্তমান চাপানলা) আছিল, যিখন ৰাজ্য ৭,০০০ ধনী বণিক ব্যৱসায় কৰি সফল হোৱা বুলি কোৱা হয়। সমুদ্ৰ গুপ্তাৰ এলাহাবাদ শিলালিপিৰ দৰে ঐতিহাসিক তথ্যই কপিলী উপত্যকাত স্বাধীন ৰাজ্যৰ অস্তিত্বৰ সমৰ্থন কৰে। অসমৰ উপৰিও, উত্তৰ-পশ্চিম বংগ, ওড়িশা আৰু পূব বিহাৰত কৈৱৰ্ত সকলৰ বসতি দেখা যায। কৈৱৰ্ত, হুজুৰী, কেওত, হাজৰিকা, পাঠক, আৰু দাস উপাধি লিখা দেখা যায়। একালত অসমত কৈৱৰ্ত ৰজাই শাসন কৰিছিল। [[আৰিমৰ্ত|গজাংক বা আৰিমৰ্ত]], নাগশংকৰ, পৃথু আদি কৈৱৰ্ত ৰজা আছিল।
 
<!--মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আঢ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাড়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পঠিওৱা হ'ল। ইয়াৰ আভাস ড. ধ্ৰূবজ্যোতি বৰাৰ "কথা ৰত্নাকৰ" কিতাপ খনত পোৱা যায়। এইয়া আন আন জাতি জনজাতিৰ বুদ্ধিজীৱীয়ে কৈৱৰ্ত্ত জাতিৰ ওপৰত তেওঁলোকৰ গ্ৰন্থ সমূহত উল্লেখ কৰা কথা। এই বুদ্ধিজীৱী সকলৰ বহুতে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কৈৱৰ্ত্ত সকলৰ অৰিহণাক স্বৃকৃতি দিয়ে আৰু কৃতজ্ঞতা জনাই। আৰু আন বহুতে কৈৱৰ্ত্ত সকলক পাকে প্ৰকাৰে অস্পৃশ্য বুজাবলৈ চেষ্টা কৰি অসমীয়া ভাষা সংস্কৃতি সমাজলৈ ডোম শব্দ আমদানি কৰি জাতিটোলৈ অন্ধকাৰ নমাই আনিলে। অসমীয়া জাতিটোৰ বাবে কৈৱৰ্ত্ত জাতিৰ অৱদান অশেষ বুলি জানি আহিছো লগতে কৈৱৰ্ত্ত সকলৰ পৌৰাণিক দিনবোৰ বৰ সুন্দৰ আছিল বুলি জনা যায়।
 
যোগীনি তন্ত্ৰ মতে শাসক, *ৰজা হাজাৰাবৰ্মাৰ তাম্ৰ ফলিৰ মতে কৰ সংগ্ৰহকাৰী বিষয়া, *ৰাজতৰঙ্গীনী আৰু সম সাময়িক বৌদ্ধ ধৰ্মী পুথি মতে যোদ্ধা, আহোম বুৰঞ্জী মতে নৌসেনা, কিছু সংখ্যকৰ মতে সদাগৰ, *সাউদ, মুদৈ, নাবিক যি সকলে ২ হাজাৰ বছৰৰ আগতেই এই ভূখণ্ডৰ বাকী জাতি জনজাতি সকলৰ লগত ব্যৱসায় কৰিবৰ হেতু অসমীয়া ভাষাৰ সৃষ্টি কৰিছিল। মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ সৃষ্টিকাৰী জলসিঞ্চন উদভাৱক অষ্টৃ-দ্ৰাৱীড় মূলীয় এই কৈৱৰ্ত্ত সকলে মাছ ধৰাটো জীৱিকা আছিল।
 
ৰজা ঘৰীয়াই যদিও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, অসমত সেই সময়ত আৰ্য্যৱৰ্ত্তত প্ৰচলিত চাৰি বৰ্ণ প্ৰথাটোৱে গা কৰি উঠিব পৰা নাছিল। কিন্তু ৰাজপুৰুহিত হিচাপে ন্যায়বাগীস কৃষ্ণৰাম ভট্টাচাৰ্যক কলকতাৰ পৰা আমন্ত্ৰণ কৰি আনি নিয়োগ কৰাৰ পাচত অসমৰ সমাজখনৰ আমোল পৰিৱৰ্তন ঘটিল। ৰাজপুৰুহিতে ৰজাক পতিয়ন নিয়ালে যে ধৰ্মৰক্ষাৰ বাবে সমাজখন চাৰি বৰ্ণত বিভাজন কৰি বৰ্ণ সমূহৰ মাজত চুৱা-পৰাচিত ব্যৱস্থাটো মানি চলাটো অতি প্ৰয়োজন। ৰাজপুৰুহিতৰ প্ৰৰোচনাত বৰ্ণ বিভাজনৰ কাম আৰম্ভ হ'ল। বৃত্তিয়াল, আন জাতি জনগোষ্ঠীৰ লগতে কৈৱৰ্ত্ত সকলো শূদ্ৰ জাতীৰ অন্তৰ্ভুক্ত হল। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰে গথিত সেনাসকলো শূদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হল। সেই সময়ত বিদ্ৰোহৰ যুদ্ধত জুৰুলা, বিদ্ৰোহ দমনৰ নামত সৰ্বস্বান্ত, বিতাৰিত কৈৱৰ্ত্ত সকলক সমাজত আতাইতকৈ নিম্নতম স্থান দিয়া হ'ল। সেয়ে স্বৰ্গদেউ ৰাজেস্বৰ সীংহৰ আমোলত নতুনকৈ অহা ৰাজপুৰুহিত ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্যৰ প্ৰৰোচনাত কৈৱৰ্ত্ত সকলৰ আৰ্থ-সামাজিক অৱস্থাৰ চৰম বিপৰ্য্যয় ঘটিছিল ১৭০০-১৭৫০ চনৰ ভিতৰৰ সময়ছোৱাত।
 
কৈৱৰ্ত্ত সকলৰ ওপৰত হোৱা নিৰ্যাতন চাই থাকিব নোৱাৰি ৰাজেস্বৰ সীংহৰ পিতৃ ৰুদ্ৰ সীংহৰ বিশাল নৌবাহিনি মকৰল হোৱা কৈৱৰ্ত্ত সৈন্য তথা বিষয়া সকলে ৰাজপৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহত ভাগ ললে। আৰু এয়ে মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি। সেই সময়তে কৈৱৰ্ত্ত সকলক সমাজৰ নিকৃষ্ট শ্ৰেণী বুজিবলৈ ডোম শব্দটো হিন্দুঃস্থানৰ পৰা অসমলৈ আমদানি কৰি আনি যুদ্ধ ভগনীয়া জৰাজীৰ্ণ অৱস্থাৰ কৈৱৰ্ত্ত সকলৰে ওপৰত প্ৰয়োগ কৰিলে। ৰাজপুৰুহিতৰ পৃষ্ঠপোষকতাত কৈৱৰ্ত্ত সকলক সহজে দুৰৈৰ পৰা চিনি পাব পৰাকৈ কপালত মাছৰ ছবি ক্ষোদিত কৰা আৰু ঘৰবোৰৰ আগফালে মাছৰ ছবি অঁকাৰো ব্যৱস্থা কৰিছিল। ৰাজেস্বৰ সীংহৰ আগলৈকে শংকৰদেৱৰ সময়লৈকে ১৪০০-১৫০০ শতিকালৈকে অসমত কেৱল কৈৱৰ্ত্ত শব্দৰহে প্ৰচলন আছিল ডোম শব্দ প্ৰচলন কোনো কালেই নাছিল। সেয়ে সেইসময়ৰ শংকৰদেৱকে আদি কৰি সাহিত্যিক সকলে তেওঁলোকৰ লেখনিত কৈৱৰ্ত্ত শব্দহে প্ৰয়োগ ডোম শব্দ নহয়। ডোম শব্দৰ প্ৰচলন থকা হ'লে তেওঁলোকে ডোম শব্দহে লিখিলে হয়। সমাজত কৈৱৰ্ত্ত সকলৰ স্থান উচ্চ আছিল।
 
শংকৰদেৱৰ প্ৰধান শিস্যসকলৰ বহুতেই কৈৱৰ্ত্ত আছিল, তদুপৰি গায়ন বায়ন সকল, ধাইমাৰূপী চন্দৰী আই আদি সকলো কৈৱৰ্ত্ত মানুহৰে পৰিবেষ্টিত আছিল। কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। যোৱা দুটা-তিনিতা দশকৰ আগলৈকে আহোমৰ পৰা ফুলেশ্বৰী কুৱৰীৰ দিনত অৱনমিত হোৱা কৈৱৰ্ত্ত আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকী সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল আৰু ৰীতিনীতি সমূহ মানি চলিছিল। ক্ৰিয়া-কৰম, যাগ-যজ্ঞ বাবে প্ৰত্যেকখন কৈৱৰ্ত্ত অধ্যুষিত অঞ্চলত যথেষ্ট সংখ্যাক ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকলো কৈৱৰ্ত্ত সকলৰ মাজৰে পুথি-পাজি পঢ়িব পৰা শিক্ষিত শ্ৰেণীটোৰে গঠিত হৈছিল। গোসাঁয়ে কৈৱৰ্ত্ত সকলৰ মাজৰে পঢ়িব জনা দুই এজনক এই দায়িত্ব অৰ্পণ কৰিছিল। ধৰ্মভীৰু হোৱা হেতুকে এসময়য়ত কৈৱৰ্ত্ত দান-বৰঙনীৰে কৈৱৰ্ত্ত সত্ৰকেইখন বিৰাট সমৃদ্ধ্শালী আছিল। কৈৱৰ্ত্ত সকলে বৈদিক পন্থা এৰি "এক শৰণ ভাগৱতী সমাজ, শংকৰ সমাজ, শংকৰ সংঘ" ইত্যাদি পন্থা লোৱাৰ ফলত ব্ৰাহ্মণ গোসাঁই আৰু কৈৱৰ্ত্ত সত্ৰসমূহ এলাগি হ'ল।
 
কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। আজিৰ পৰা ৪টা বা ৫টা দশক আগতে ফুলেশ্বৰী কুৱৰীৰ দিনত আহোমৰ পৰা অৱনমিত হোৱা আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকি থকা সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল। ক্ৰিয়া-কৰম আৰু বৈদিক ৰীতিবোৰ পালনৰ বাবে কৈৱত্ত গাওঁবোৰত বহুতো ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকল মূলতে শিক্ষিত কৈৱৰ্ত্ত আছিল। শংকৰদেৱৰ কৈৱৰ্ত্ত শিষ্যসকলক ধৰ্মপ্ৰচাৰৰ দায়িত্ব দিয়াত তেওঁলোকে সূদিৰ গোসাঁই হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰ চলাই গৈছিল। এই সত্ৰ সমূহৰ ভিতৰত তেজপুৰৰ নিকামূল, গোলাঘাটৰ নগুৰা, ডিব্ৰূগড়ৰ দিহিঙীয়াকে আদি কৰি ৯খন প্ৰধান সত্ৰ। এই সত্ৰাধিকাৰ সকলৰ আজিৰ প্ৰজন্মই যদিও গোস্বামী মহন্ত আদি উপাধি লিখে, তেওঁলোকক বহুতেই ডোমৰ গোসাঁই বুলি উপলুঙা কৰে। অসমৰ স্বনামধন্য বুদ্ধিজীৱী সকলেও তেওঁলোকৰ উপন্যাস আদিত তেওঁলোকক কৈৱৰ্তৰ লগত সাঙুৰি অপমান কৰাৰ বহু উদাহৰণ আছে। বতৰ্মান এই সত্ৰ সমূহৰ কিছুমান বেদখলকাৰীৰ কবলত পৰিল।
 
বুৰঞ্জীৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে ব্ৰাহ্মণ আৰু বেঙ্গলী সকলৰ বাবেহে কৈৱৰ্ত্ত সকল মৎস্যব্যৱসায় আৰম্ভ কৰিলে । কিয়নো কেৱল মাত্ৰ এই দুটা জাতিয়ে মাছ ধৰিব নাজানে কিন্তু খাই ভাল পায়। ব্ৰিটিছ গেজেটত উল্লেখ আছে যে ব্ৰিটিছ আমোলত অসমৰ লক্ষ্মীমপুৰ জিলাৰ পৰাই আতাইতকৈ বেছি ৰাজহ সংগ্ৰহ হৈছিল আৰু সেয়া আহিছিল বিল ডাকত লোৱা কৈৱৰ্ত্ত বিষয়া সকলৰ পৰা, অৰ্থাৎ মৎস্যব্যৱসায়ৰ পৰা।
 
অসমৰ খিলঞ্জীয়া কৈবৰ্ত্ত সকলৰ বিস্তৃত ইতিহাস আছে। এই জনগোষ্ঠীটোৱে অতীত অসমক জিলিকাই ৰাখিছিল। বৈদিক যুগৰ এই জনগোষ্ঠীটো কৈবৰ্ত্ত বুলি পৰিচিত। এই জনগোষ্ঠীটোৱে ২ শতিকাৰ পৰা ১৬ শতিকালৈ অসম ৰাজত্ব কৰিছিল। বহু পণ্ডিতে এই জনগোষ্ঠীটো অসমৰ সবাটোকৈ পুৰণি জনগোষ্ঠী বুলি প্ৰমাণ কৰিছে। প্ৰচলিত ভিন্ন মত অনুসৰি কৈবৰ্ত্ত সকল অষ্টৃ-দ্ৰাৱীড় লোক। বিজ্ঞানৰ বিশ্লেষণ অনুযায়ী এওঁলোক অধিকাংশই দেখাত
 
অষ্টৃ-দ্ৰাবিড় জনগোষ্ঠীৰ।
 
এম. এল. কাঠবৰুৱাই এওঁলোক ওখ খাপৰ সু-সভ্য জাতি বুলি উল্লেখ কৰিছে। (অসম বুৰঞ্জী ৪থ´ অধ্যায়, পৃ: ৯) অষ্টৃ-দ্ৰাৱীড় বংশধৰৰুপে কৈৱৰ্ত্ত সকলে প্ৰথমে অসমৰ নামনি অংশত লৌহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোণিতপুৰৰ প্ৰতাপগড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এৱেঁই শিৱ দেৱালয় স্থাপন কৰিছিল পুখুৰি খন্দাইছিল। এই দেৱালয় নাগশংকৰ মন্দিৰ হিচাপে জনাজাত আৰু আজিও সাক্ষ্য বহন কৰি আছে। পাছলৈ কৈৱৰ্ত সকলে অসমৰ নামনি আৰু মধ্যভাগত ৰাজ্য স্থাপন কৰিছিল। নগাৱঁৰ ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতীত ৭০০০ ধনী সদাগৰে বাণিজ্য কৰি উন্নতিৰ শিখৰত আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালেখত কপিলীভেলীৰ ডবকা যে এখন স্বাধীন ৰাজশাসিত অঞ্চল আছিল তাৰ প্ৰমাণ পোৱা যায়।
 
ৰজা হজ'ৰবৰ্মনৰ (৮২০-৮৩৫ খ্ৰী:) ৰাজত্বকালত নৌশক্তি যথেষ্ট শক্তিশালী আছিল। এই নৌ শক্তিৰ মূলতেই আছিল কৈৱৰ্ত্ত সকল। নৌ বাহিনীৰ সৈন্যসকল অৰ্থাৎ কৈৱৰ্ত্ত´সকলে ব্ৰহ্মপুত্ৰৰ পাৰত বৰ্তমান তেজপুৰৰ জাহাজঘাটৰ প্ৰায় এমাইলমান ভেটিত এটা ছাউনীত নিজ শক্তি অনুশীলন কৰিছিল। কৈৱৰ্ত্তসকলে সততে নিমাখিত অন্য ব্যৱসায়ী নাৱৰীয়া সকলৰ লগত কাজিয়াত লিপ্ত হৈছিল,যি বোৰ অন্য নাৱৰীয়াৰ নাৱে নৈ বাহিনীক আহুকাল লগাইছিল, সেইবোৰ তেওঁলোকে কাঢ়ি আনি নিজৰ কৰি লৈছিল। কেতিয়াবা নদীত ডুবাইও দিছিল। এনে ধৰণৰ বিবাদে তুংগত ঠাই পোৱাৰ বাবে এটা ৰাজ আদেশ জাৰি কৰিছিল আৰু এই আদেশ নদীৰ পাৰৰ এটি শিলত খোদিত কৰি ৰখা হৈছিল (৫২০ গুপ্তাব্দ, ৮২৯ খ্ৰী:)। উক্ত আদেশমতে কোনো অন্য নাৱৰীয়াই তেওঁলোকৰ নাও ভৰা সুঁতিলৈ নিব নোৱাৰিব আৰু যি এই নিয়ম উলংঘা কৰব তেওঁ পাচঁ পইচা জৰিমনা ভৰিব লাগিব। উক্ত ৰাজ আদেশ লিখা শিলটো এতিয়াও আছে। (Asomiya Sanskritir Patabhumi: An Assamese Version of Rajmohan Nath's book the Background of the Assamese Cultural by Bhabskanta Nath)
 
ড° সূয´কুমাৰ ভূঞাই অসম ইতিহাসত উল্লেখ কৰিছে যে নাগাক্ষ বংশৰ আৰিমত্ত ৰজাই ১৪ শতিকাত মাজুলি আৰু বহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। প্ৰতাপী আৰিমত্ত ৰজা সুন্দৰ সুঠাম দেহৰ দেখত আঁৰি মাছৰ দৰে, সেয়ে তেওঁ আৰিঁমত্ত বুলি পৰিচিত। তেওঁ নিজ বাহুবলেৰে সেই সময়ৰ সৰু সৰু ৰাজ্যসমূহ জয় কৰি ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিছিল। এওঁ কামৰূপৰ সৌমাৰপীঠৰ, কামপীঠ, সুবণ´পীঠ আৰু ৰত্নপীঠ নামৰ চাৰি পীঠৰ অধিকাৰী আছিল। হৰগৌৰী সংবাদমতে আৰিমত্ত জিতাৰী বংশৰ শেষ ৰজা ৰামচন্দ্ৰ পুত্ৰ যিজনক কৈৱত´ হিচাপে জনা যায়। আৰিমত্ত শশাংক বুলিও জনা যায়। অসমীয়া লিখিত সাহিত্যৰ নিদশ´ন হিচাপবে চৰ্যা পদসমূহৰ মূল্য অপৰিসীম। এই চযা´পদৰ ৰচক হ'ল মীনাপা। সেই সময় চৌৰাশী সিদ্ধৰ ভিতৰত তান্ত্ৰিক-বৌদ্ধ লুইপা আৰু মীনাপা ভাৰতবষ´ৰ দুখন বিশ্ববিদ্যালয় ক্ৰমে বিক্ৰমশীলা আৰু নালন্দাৰ আচাৰ্য্য আছিল। ওৰিষ্যা,বেংগল,অসম এইবিলাক অঞ্চলত কৈবৰ্ত সকলে ২০০০ বছৰত কৈও আগতে শাসন কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে।
 
 
বহু প্ৰাচীন কালতে মৎসেন্দ্ৰ নাথ নামৰ কামৰূপৰ এজন বৌদ্ধ সিদ্ধাচাৰ্যই তান্ত্ৰিক-বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে যি গ্ৰন্থ লিখিছিল তাত থকা দোহাবোৰ (চৰ্যাপদ") যি ভাষাত লিখিছিল সেইয়াই কৈৱৰ্ত্তৰ মুখৰ ভাষা হ'ব পাৰে। আচলেতে প্ৰাচিন কালত কৈৱৰ্ত সকলে এক অনাৰ্য্য ভাষা কৈছিল বুলি প্ৰমাণ পুৱা যায়।
 
মীনাপা/লুইপা এজন কৈৱৰ্ত আছিল। সেই কথা ইংৰাজ শাসন কাললৈকে সত্য আছিল। মীনাপাই চযা´গীত ৰচনা কৰাৰ উপৰি "কামশাস্ত্ৰ স্মৰদীপিকা" আৰু "বাহ্যান্তৰ বোদ্ধিচিত্ত বন্দোপদেশ" নামৰ গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থসমূহেই সুসভ্য কৈৱত´সকলৰ অতীত বুৰঞ্জীৰ কথা প্ৰমাণ কৰে।
 
<nowiki>==অষ্ট্ৰিকসকলৰ অসম আগমন==</nowiki>
 
অসমলৈ প্ৰথম আহে অষ্ট্ৰিক-দ্ৰাৱীড় প্ৰজাতিৰ লোক, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।
 
 
অষ্ট্ৰিক-দ্ৰাৱীড় সকলৰ অসম আগমন সম্পাদনা কৰক অষ্ট্ৰিক-দ্ৰাৱীড় প্ৰজাতিৰ লোকসকল দক্ষিণ-পূব এছিয়াৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বেছিভাগ বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট(কৈৱৰ্ত), চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাছি, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক-দ্ৰাৱীড় প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিক-দ্ৰাৱীড় সকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিক-দ্ৰাৱীড় লোক অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে।<!--মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আঢ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাড়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পঠিওৱা হ'ল। ইয়াৰ আভাস ড. ধ্ৰূবজ্যোতি বৰাৰ "কথা ৰত্নাকৰ" কিতাপ খনত পোৱা যায়। এইয়া আন আন জাতি জনজাতিৰ বুদ্ধিজীৱীয়ে কৈৱৰ্ত্ত জাতিৰ ওপৰত তেওঁলোকৰ গ্ৰন্থ সমূহত উল্লেখ কৰা কথা। এই বুদ্ধিজীৱী সকলৰ বহুতে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কৈৱৰ্ত্ত সকলৰ অৰিহণাক স্বৃকৃতি দিয়ে আৰু কৃতজ্ঞতা জনাই। আৰু আন বহুতে কৈৱৰ্ত্ত সকলক পাকে প্ৰকাৰে অস্পৃশ্য বুজাবলৈ চেষ্টা কৰি অসমীয়া ভাষা সংস্কৃতি সমাজলৈ ডোম শব্দ আমদানি কৰি জাতিটোলৈ অন্ধকাৰ নমাই আনিলে। অসমীয়া জাতিটোৰ বাবে কৈৱৰ্ত্ত জাতিৰ অৱদান অশেষ বুলি জানি আহিছো লগতে কৈৱৰ্ত্ত সকলৰ পৌৰাণিক দিনবোৰ বৰ সুন্দৰ আছিল বুলি জনা যায়।
 
যোগীনি তন্ত্ৰ মতে শাসক, *ৰজা হাজাৰাবৰ্মাৰ তাম্ৰ ফলিৰ মতে কৰ সংগ্ৰহকাৰী বিষয়া, *ৰাজতৰঙ্গীনী আৰু সম সাময়িক বৌদ্ধ ধৰ্মী পুথি মতে যোদ্ধা,
Line 44 ⟶ 69:
 
* [[মৎসেন্দ্ৰনাথ]]
* [[ইলাৰাম দাস]]
* [[ভূপেন হাজৰিকা]]
* [[জয়ন্ত হাজৰিকা]]
* [[ভবেন্দ্ৰ নাথ শইকীয়া]]
* [[হিমা দাস]]
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/কৈৱৰ্ত"ৰ পৰা অনা হৈছে