ছাণ্টাক্লজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
 
==ইতিহাস==
এটা কাহিনী অনু্সৰি [[ইটালী]]ৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ [[বৰদিন]] এটাত [[ৰাতি]] বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে [[যীশু]] [[পৃথিৱী]]লৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল'ৰা-ছোৱালীবোৰক [[লজেন]], টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু [[পোপে]] তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ'ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।পৰিল কিন্তু ইংৰাজীত ইয়াৰ নেতিবাচক অৰ্থ আছে চান্টাক্লজৰ অৰ্থ [[চয়তান]] [[যীচু খ্ৰীষ্ট]] অৰ্থাৎ প্ৰকৃত [[খ্ৰীষ্ট বিৰোধী]] চেন্ট নিকোলাছ ফাদাৰ খ্ৰীষ্টমাছৰ অন্তকালীন বিৰোধী।<ref name="গ্ৰন্থ ১" />
 
==খ্ৰিষ্টমাছ ফাদাৰ==