ষ্টিফেন হকিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Authority control
মই ভাবো যে ইন্টাৰনেটত যি থাকে সেয়াই বিশ্বাস কৰিব নোৱাৰি তেওঁ বিখ্যাত ভাৰতীয় সুৰকাৰ শচীন
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
65 নং শাৰী:
'''ষ্টিৱেন ৱিলিয়াম হকিং''' ({{lang-en|Stephen William Hawking}}; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। তেওঁ মৃত্যুৰ আগতে [[কেমব্ৰিজ বিশ্ববিদ্যালয়]]ৰ 'চেণ্টাৰ ফৰ থিওৰেটিকেল কজমলজি'ৰ গৱেষণা পৰিচালক আছিল আৰু ১৯৭৯ চনৰপৰা ২০০৯ চন পৰ্যন্ত কেমব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ লুকাচীয় অধ্যাপক আছিল। তেওঁ 'ৰয়েল ছ’ছাইটি অৱ আৰ্টছ'ৰ সন্মানীয় ফেল’, 'পণ্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য, আৰু ২০০৯ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা যুক্তৰাষ্ট্ৰৰ]] সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম' সন্মানেৰে ভূষিত কৰা হৈছিল। ''মটৰ নিউৰন ৰোগৰ'' ({{Lang|en|Motor neuron disease}}) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল। ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে [[যুক্তৰাজ্য|যুক্তৰাজ্যৰ]] কেমব্ৰিজত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।<ref>নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-১১</ref>
 
==মই ভাবো যে সকলোৱে জানে যে ইন্টাৰনেটত তেওঁৰ গ্ৰন্থখনৰ প্ৰচাৰ আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত হৈ উঠিল তেতিয়া ==
==জন্ম==
১৯৪২ চনৰ ৮ জানুৱাৰীত [[ইংলেণ্ড]]ৰ অ'ক্সফ'ৰ্ডত হকিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ড॰ ফ্ৰেংক হকিং আৰু ইছাবেল হকিং।{{sfn|Larsen|2005|pp=xiii, 2}}{{sfn|Ferguson|2011|p=21}}