দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2+) (ৰবট পৰিবৰ্তন কৰিছে: bn:দুর্গাপূজা
Tag
1 নং শাৰী:
{{Expand article}}{{অনুলিপি সম্পাদনা}}
{{Infobox Holiday
|holiday_name = দুর্গাপূজা
|type =
|longtype = [[হিন্দু]] উৎসবউৎসৱ <br /> (প্রধানত [[পশ্চিমবংগ]], [[অসম]] আৰু [[বিহাৰ]]ত উদযাপন কৰা হয়)
|image = Bagbazar Sarbojanin Arnab Dutta 2010.JPG
|caption = <sup>বগবজাৰ সার্বজনীন দুর্গাপ্রতিমা, ২০১০</sup>
|official_name =
|nickname =শাৰদোৎসবশাৰদোৎসৱ, বিজয়াদশমী, [[দশেৰা]]
|observedby = [[হিন্দু]] সম্প্রদায়ে
|begins = সাধাৰণতে [[মহাষষ্ঠী]]ত (ক্ষেত্রবিশেষে কুলাচাৰ অনুসাৰি, ভাদ্রকৃষ্ণানবমী বা [[মহালয়া]])
Line 11 ⟶ 13:
|date = আহিনৰ শুক্লপক্ষ অথবা চ'তৰ শুক্লপক্ষ
|date2009 =
|celebrations = প্রথাঅনুসাৰেপ্রথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন
|relatedto = [[মহালয়া]], [[দশেৰা]], [[জগদ্ধাত্রী|জগদ্ধাত্রী পূজা]]
}}
[[হিন্দু]] দেবীদেৱী [[দুর্গা|দুর্গাৰ]] আৰধনাকে কেন্দ্র কৰি অনুষ্ঠিত হয় [[বাঙালি]] হিন্দু সম্প্রদায়ৰ বৃহত্তম ধর্মীয় আৰু সামাজিক উৎসবউৎসৱ '''দুর্গা পূজা''' বা '''দুর্গোৎসবদুর্গোৎসৱ''' । শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত [[দুর্গাপূজা]] পালন কৰা হয়হয়। । চতচ’ত অর্থাৎ বসন্তকালৰ [[দুর্গাপূজা]]ক বাসন্তী [[দুর্গা পূজা]] আৰু আহিন অর্থাৎ শৰৎ কালৰ [[দুর্গা পূজা]]ক শাৰদীয় [[দুর্গা পূজা]] নামে জনাজাত ।জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই [[দুর্গা পূজা]] পালন কৰে ।কৰে। ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[উৰিষ্যা]]ত [[দুর্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয় ।হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও [[দুর্গা পূজা]] পালন কৰে ।কৰে।
 
[[হিন্দু]] দেবী [[দুর্গা|দুর্গাৰ]] আৰধনাকে কেন্দ্র কৰি অনুষ্ঠিত হয় [[বাঙালি]] হিন্দু সম্প্রদায়ৰ বৃহত্তম ধর্মীয় আৰু সামাজিক উৎসব '''দুর্গা পূজা''' বা '''দুর্গোৎসব''' । শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত [[দুর্গাপূজা]] পালন কৰা হয় । চত অর্থাৎ বসন্তকালৰ [[দুর্গাপূজা]]ক বাসন্তী [[দুর্গা পূজা]] আৰু আহিন অর্থাৎ শৰৎ কালৰ [[দুর্গা পূজা]]ক শাৰদীয় [[দুর্গা পূজা]] নামে জনাজাত । ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই [[দুর্গা পূজা]] পালন কৰে । ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[উৰিষ্যা]]ত [[দুর্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও [[দুর্গা পূজা]] পালন কৰে ।
 
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই '''দুর্গোৎসব''' । এই পাঁচ দিন যথাক্ৰমে দুর্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক [[মহালয়া]] বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।