মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2+) (ৰবট যোগ দিছে :pcd:Mahatma Gandhi
198 নং শাৰী:
 
== গান্ধীৰ বিভিন্ন ৰচনা ==
গান্ধী আছিল এজন বহুমুখী লেখক আৰু সম্পাদক। বহুবছৰ ধৰি তেওঁ গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত পত্ৰিকা ''হৰিজন'' সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত ''ইণ্ডিয়ান অপিনিয়ন'' আৰু স্বদেশত থকাকালত ''ইয়ং ইণ্ডিয়া'' নামৰ দুখন ইংৰাজী কাকত সম্পাদনা কৰিছিল। গুজৰাটী ভাষাৰ মাহেকীয়া আলোচনী ''নৱজীৱন''ৰো সম্পাদনা তেওঁ কৰিছিল। নৱজীৱন আলোচনীখন পাছলৈ হিন্দী ভাষাতো প্ৰকাশিত হ'বলৈ লয়।<ref>[http://www.lifepositive.com/Spirit/masters/mahatma-gandhi/journalist.asp Peerless Communicator] by V.N. Narayanan. Life Positive Plus, Oct–Dec 2002</ref>গান্ধীয়ে কাকত-আলোচনীলৈ বহুতো চিঠি-পত্ৰ লিখিছিল। প্ৰায় প্ৰতিদিনেই কোনো নহয় কোনো এখন কাকতত তেওঁৰ চিঠি প্ৰকাশ হৈছিল।<br />
{{empty section|12}}
গান্ধীৰ বহুকেইখন কিতাপ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত "The Story of My Experiments With Truth" (আত্মজীৱনী), "Satyagraha in South Africa", "Hind Swaraj or Indian Home Rule", আৰু গুজৰাটীলৈ অনুবাদ কৰা জন ৰাস্কিনৰ "Unto This Last" উল্লেখযোগ্য।<ref name="Unto this last">{{cite book |last= Gandhi |first= M. K. |authorlink= |title= Unto this Last: A paraphrase |url=http://www.forget-me.net/en/Gandhi/untothislast.pdf |year= |publisher=Navajivan Publishing House |location= Ahmedabad |language= English; trans. from Gujarati|isbn= 81-7229-076-4}}</ref> ইয়াৰ উপৰিও নিৰামিষভোজন, আহাৰ আৰু স্বাস্থ্য, ধৰ্ম, সমাজ সংস্কাৰ আদিৰ বিষয়ে তেওঁ প্ৰচুৰ লিখা-মেলা কৰিছিল।<br />
১৯৬০ৰ দশকত ভাৰত চৰকাৰে গান্ধীৰ ৰচনাৱলী (The Collected Works of Mahatma Gandhi) প্ৰকাশ কৰে। শতাধিক খণ্ডত প্ৰকাশিত এই গ্ৰন্থখনত ৫০,০০০-তকৈ অধিক পৃষ্ঠা আছে।
 
=== গান্ধীৰ বিষয়ে কিতাপ ===
বহুকেইজন জীৱনীকাৰে গান্ধীৰ জীৱনী ৰচনা কৰিছে। ইয়াৰ ভিতৰত ডি. জি. টেণ্ডুলকাৰৰ ৮ খণ্ডৰ "Mahatma. Life of Mohandas Karamchand Gandhi" আৰু পিয়াৰীলাল আৰু সুশীলা নায়াৰৰ ১০ খণ্ডৰ "Mahatma Gandhi" উল্লেখযোগ্য। শুনা যায় যে বলদেৱ সিঙে তেওঁৰ গৱেষণা গ্ৰন্থ "Gandhi Behind the Mask of Divinity" লিখিবলৈ ২০ বছৰ ধৰি গান্ধীৰ মূল বক্তৃতা আৰু ৰচনাসমূহ সংগ্ৰহ কৰিছিল।<ref name="ReviewBaldevSingh">{{cite web| title=Gandhi Behind the Mask of Divinity |url=http://www.sikhspectrum.com/082004/gandhi_mask.htm | accessdate=2007-12-17}}</ref>
 
== তথ্য সংগ্ৰহ ==