বিষ্ণু বাৰ্তা 12:43, 16 মে' 2012 (UTC)

সদস্য:মঞ্জিল কোঁৱৰ আপোনাৰেই আন এটা একাউণ্ট নহয় জানো? পাছৱৰ্ড হেৰাল হ’বলা? বিষ্ণু বাৰ্তা 12:48, 16 মে' 2012 (UTC)


  The Working Man's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)


সদস্য পৃষ্ঠা সম্পাদনা কৰক

সদস্য পৃষ্ঠাখন বৰ ভাল হৈছে দেই| এইখন বনায়েই ছুটি ল’লাই যে? বিষ্ণু বাৰ্তা 21:52, 21 মে' 2012 (UTC)

পৰীক্ষা হৈ থকাৰ কাৰণে এইকেইদিন আজৰি সময় কম, গতিকে দুদিনমানৰ কাৰণে ছুটি ল'লোঁ। Manjil Konwar (talk) 15:21, 27 মে' 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:25, 17 নৱেম্বৰ 2012 (UTC)

চলচ্চিত্ৰ পদক সম্পাদনা কৰক

  চলচ্চিত্ৰ পদক
অসমীয়া ৱিকিপিডিয়াত বিভিন্ন চলচ্চিত্ৰৰ বিষয়ে প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। — গীতাৰ্থ বৰদলৈ (talk) 18:10, 14 জানুৱাৰী 2013 (UTC)

অসমীয়া চলচ্চিত্ৰ পদক সম্পাদনা কৰক

  অসমীয়া চলচ্চিত্ৰ পদক
অসমীয়া ৱিকিপিডিয়াত চলিত ২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইবাটোও প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। বিষ্ণু শইকীয়া 10:48, 16 অক্টোবৰ 2014 (UTC)

Collaboration discussion among Indic language communities in Bengali Wiki Conference সম্পাদনা কৰক

Hi, There will be a open discussion on posssible collaborations among all attending Indic language community members at Bengali Wikipedia 10th Anniversary Conference to be held at Kolkata on 9th and 10th January. If you want to take part in the discussion, please list out the topics you want to discuss for future collaborative projects and explain in brief at this meta page. Please select the language community also with whom you want to discuss. Thanks. -- Bodhisattwa (talk) 20:50, 29 ডিচেম্বৰ 2014 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: ফেব্ৰুৱাৰী সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


এপ্ৰিল ২০১৫ৰ প্ৰচাৰপত্ৰিকাৰ সম্পাদকীয় সম্পাদনা কৰক

মই লিখি চালো। কিবা ভুল হৈছে নেকি চাই শুধৰাই দিবচোন.... সদস্য:IKHazarika/পৰীক্ষাগাৰ IKHazarika (talk) 13:21, 12 মে' 2015 (UTC)

জীৱনীকাৰ পদক সম্পাদনা কৰক

  জীৱনীকাৰ পদক
শেহতীয়াকৈ তুমি ৱিকিত যোগ দিয়া দীনেশ দাস আৰু ‎প্ৰসেন বৰা শীৰ্ষক উৎকৃষ্ট মানদণ্ডৰ প্ৰবন্ধৰ বাবে এই পদক আগবঢ়ালো; এনেদৰেই উদ্যমেৰে লাগি থাকিবা বুলি আশা ৰাখিছোঁ
অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 02:32, 26 জুন 2015 (UTC)
ধন্যবাদ। - Manjil Konwar (talk) 06:06, 26 জুন 2015 (UTC)

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ সম্পাদনা কৰক

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

Rio Olympics Edit-a-thon সম্পাদনা কৰক

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Manjil Konwar,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.