চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
+++++
1 নং শাৰী:
{{Infobox writer
{{unreferenced}}
 
{{তথ্যছক লেখক
| bgcolour = lightgray
| name = চৈয়দ আব্দুল মালিক
| image = চৈয়দ আব্দুল মালিক.JPG
| caption =
| birth_date = ১৬১৫ জানুৱাৰী, ১৯১৯
| birth_place = নাহৰণি, [[গোলাঘাট]]
| death_date = ১৯ ডিচেম্বৰ, ২০০০
| death_place =
| occupation = গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি
| nationality = ভাৰতীয়
| period =
| influenced =
| signature =
}}
'''চৈয়দ আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, (১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০ খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমী বঁটা]] লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা বঁটা]], ১৯৯৫ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>http://india.gov.in/myindia/advsearch_awards.php</ref> সন্মান লাভ কৰে৷কৰে<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>৷
 
'''চৈয়দ আব্দুল মালিক''' (১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০ খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমী বঁটা]] লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা বঁটা]], ১৯৯৫ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]] সন্মান লাভ কৰে৷
 
==শিক্ষা==
চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনৰ ১৬১৫ জানুৱাৰীত৷জানুৱাৰীত হয়<ref>http://www.bipuljyoti.in/authors/malik.html</ref>৷ [[গোলাঘাট জিলা]]ৰ [[নাহৰণি]]ত<ref>http://www.vedanti.com/Legends/syed_abdul_malik.htm</ref> জন্ম গ্ৰহণ কৰা [[অসমীয়া]] কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, [[যোৰহাট মহাবিদ্যালয়]]ৰ পৰা আই এ আৰু [[কটন মহাবিদ্যালয়]]ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
==কৰ্মজীৱন==
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত [[যোৰহাট কলেজৰমহাবিদ্যালয়]]ৰ পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অভায়াপুৰী অধিবেশনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰসভাপতি পদহিচাপে অলংকৃতনিৰ্বাচিত কৰে।হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট সীমাবদ্ধ সুত্ৰতে নথকা মালিকে ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
 
==মৃত্যু==
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
 
==বঁটা আৰু সন্মান==
{| class="wikitable" border="1" width="70%"
|+ বঁটা
! বৰ্ষ !! বঁটা !! তথ্য
|-
| ১৯৭২ || [[সাহিত্য একাডেমী বঁটা]] || ''[[অঘৰী আত্মাৰ কাহিনী]]'' উপন্যাসৰ বাবে
|-
| ১৯৮৪ || [[পদ্মশ্ৰী]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[পদ্মবিভূষণ]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[অসম উপত্যকা বঁটা]] ||
|-
| ১৯৯৫ || [[শংকৰদেৱ বঁটা]] ||
|}
 
==সাহিত্যিক অৱদান==
==কৰ্মৰাজী==
{{multicol}}
===উপন্যাস===
Line 151 ⟶ 136:
#অজগৰ
#জেলেপী
 
===ভ্ৰমণ কাহিনী===
#মাজত মাথোন হিমালয়
Line 169 ⟶ 155:
{{col-end}}
 
==বঁটা আৰু সন্মান==
==মৃত্যু==
{| class="wikitable" border="1" width="70%"
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
|+ বঁটা
! বৰ্ষ !! বঁটা !! তথ্য
|-
| ১৯৭২ || [[সাহিত্য একাডেমী বঁটা]] || ''[[অঘৰী আত্মাৰ কাহিনী]]'' উপন্যাসৰ বাবে
|-
| ১৯৮৪ || [[পদ্মশ্ৰী]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[পদ্মবিভূষণ]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[অসম উপত্যকা বঁটা]] ||
|-
| ১৯৯৫ || [[শংকৰদেৱ বঁটা]] ||
|}
 
==তথ্য সংগ্ৰহ==
ড০ ত্ৰিদিব গোস্বামী দেৱৰ "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ" নামৰ গ্ৰন্থ খনৰ পৰা কিছু সংগ্ৰহ কৰা হৈছে।
{{reflist}}
 
==সহায়ক গ্ৰন্থপূঞ্জী==
* "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড° ত্ৰিদিব গোস্বামী।
 
==বাহ্যিক সংযোগ==
* [http://www.radianceweekly.com/189/4852/accountability-of-intelligence-agencies/2010-01-31/northeast-newsletter/story-detail/renowned-litterateur-syed-abdul-malik-remembered.html Renowned Litterateur Syed Abdul Malik Remembered]
* [http://www.youtube.com/watch?v=_De2L_cFyd8 Syed Abdul Malik's Novel Surujmukhir Sopno], a youtube video