ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সুৰক্ষিত "ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি": ধ্বংসপ্ৰৱণতা প্ৰতিৰোধ (‎[edit=autoconfirmed] (অনিৰ্দিষ্ট) ‎[move=autoconfirmed
No edit summary
3 নং শাৰী:
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000">
{{TOC right}}
[[ৱিকিপিডিয়া:পাঁচটা স্তম্ভ|ৱিকিপিডিয়াৰ পঞ্চস্তম্ভ]]ত লিখা আছে যে, "প্ৰসংগৰ [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|উল্লেখ]] নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰতথ্যৰ উৎস উল্লেখ কৰক]]"। পাঠক আৰু আন সম্পাদকসকলৰ সুবিধাৰ বাবে [[:en:Wikipedia:Citing_sources#Inline citations: a quick how-to|ইন্‌লাইন উদ্ধৃতি]] থাকিব লাগে। মন কৰক যাতে আপুনি ব্যৱহাৰ কৰা তথ্যউৎসতথ্যৰ উৎস [[:en:Wikipedia:Identifying reliable sources|বিশ্বাসযোগ্য আৰু কৰ্তৃত্বশীল]] হয়।
 
== পাদটীকা ==
ইন্‌লাইন উদ্ধৃতি সৃষ্টি কৰা আটাইতকৈ সহজ উপায় হ'ল [[:en:Wikipedia:Manual of Style (footnotes)|পাদটীকা দিয়া]]। আপুনি '''ৱিকি চিহ্ন'''ৰ ব্যৱহাৰেৰে তথ্যউৎস দুয়োফালে '''ref টেগ্‌''' দি পাদটীকা সৃষ্টি কৰিব পাৰে:
 
:<nowiki><ref>আপোনাৰ তথ্যসূত্ৰতথ্যৰ উৎস</ref></nowiki>
 
যদি আপুনি প্ৰবন্ধটোত প্ৰথম পাদটীকা ব্যৱহাৰ কৰে, তেন্তে সেয়া ৱিকিপিডিয়া ছফ্টৱেৰে দৃশ্যমান কৰিবলৈ নিৰ্দিষ্ট পাঠ থাকিব লাগিব:
14 নং শাৰী:
:<nowiki>{{Reflist}}</nowiki> বা <nowiki><references/></nowiki>
 
এই পাঠখিনি '''<nowiki>==তথ্যসূত্ৰতথ্য সংগ্ৰহ==</nowiki>''' অনুচ্ছেদৰ শিৰোনামাৰ ঠিক তলতে থাকিব লাগে। এই অনুচ্ছেদটো নাথাকিলে যোগ দিয়ক (শিৰোনামা আৰু "Reflist" বা "references" পাঠৰ সৈতে)। ইয়াক প্ৰবন্ধটোৰ তলফালে, "বহিঃবাহ্যিক সংযোগ"ৰ ঠিক ওপৰত ৰাখক (যদি সেইটো থাকে)।
 
আপোনাৰ সম্পাদনা সাঁচি ৰখাৰ পিছত ৰেফ্‌ টেগ্‌টোৱে উৎসৰ উদ্ধৃতিটো এটা পাদটীকা ৰেফাৰেন্সলৈ সলনি কৰিব (এইটোৰ দৰে<small><sup><font color=#002BB8>[1]</font></sup></small>)। উদ্ধৃতিৰ পাঠখিনি প্ৰান্ধটোৰপ্ৰবন্ধটোৰ তলত তথ্যসূত্ৰতথ্য সংগ্ৰহ অনুচ্ছেদত দেখা যাব।
 
ৰেফ্‌ টেগৰ ভিতৰত দিয়া আপোনাৰ উৎসটো যদি এটা বাহিৰা ৱেবছাইট, তেন্তে তাৰ ঠিকনাটো (URL) "এটা" আয়তাকাৰ বন্ধনীৰ মাজত লিখক, লগত অলপ পাঠ লিখক। তেতিয়া সেইটো এটা সংযোগ হিছাপে দেখা যাব। যেনে:
: <nowiki><ref>[http://www.thehindu.com/article_name.html</nowiki>''Theদ্য Hinduহিন্দু'' বাতৰি কাকতত প্ৰকাশিত প্ৰবন্ধ<nowiki>]</ref></nowiki>
 
বাধ্যতামূলক নহয় যদিও পাদটীকাত ইয়াতকৈ অধিক তথ্য থকাটো বাঞ্চনীয়। উদাহৰণস্বৰূপে তলৰ পাদটীকাটো চাওক:
 
: <tt><nowiki><ref>লেখকৰ নাম, [http://www.thehindu/article_name.html "প্ৰকাশিত প্ৰবন্ধৰ শিৰোনামা"], ''Theদ্য Hinduহিন্দু''', তাৰিখ</ref></nowiki></tt>
 
ভঙা সংযোগ পৰিহাৰ কৰিবলৈ [[Wikipedia:Bare URLs|মুক্ত URL]] ব্যৱহাৰ নকৰাই ভাল।
29 নং শাৰী:
বাহিৰা ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা তথ্য প্ৰসংগ সূত্ৰ হিছাপে বেছিকৈ ব্যৱহাৰ কৰা হয় যদিও তেনে হ'বই লাগিব বুলি কথা নাই। গ্ৰন্থ, জাৰ্ণাল, আলোচনী, বাতৰিকাকতৰ প্ৰবন্ধ, তথ্যচিত্ৰ আদিৰ পৰাও তথ্য সংগ্ৰহ কৰি ৰেফ্‌ টেগৰ মাজত লিখি থ'লেই হ'ল।
 
আপুনি দৃশ্যগত সহায় ভাল পায় যদি তলৰ নিৰ্দেশাৱলী চাব পাৰে (সোঁফালৰ ''showবিস্তাৰ কৰক'' বুটামটোত ক্লিক কৰক)।
{{hidden begin
|title = দৃশ্যগত ইন্‌লাইন উদ্ধৃতি নিৰ্দেশিকা
51 নং শাৰী:
সম্পাদনা ইণ্টাৰফে'চত থকা তথ্যসূত্ৰ সঁজুলিটো ব্যৱহাৰ কৰাৰ বিষয়ে জানিবলৈ [[:File:RefTools.ogv|এই ভিডিঅ'টো]] চাব পাৰে।
 
== বহিঃবাহ্যিক সংযোগ অনুচ্ছেদ ==
বহু ৱিকিপিডিয়া প্ৰবন্ধত '''বহিঃবাহ্যিক সংযোগ''' বুলি এটা অনুচ্ছেদ থাকে। ইয়াৰ কাম হ'ল প্ৰবন্ধটোৰ বিষয়ে গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য তথ্য থকা ৱেবছাইতলৈ সংযোগ স্থাপন কৰা। নিৰ্দিষ্ট কেইটামান বহিঃ সংযোগহে এই অনুচ্ছেদৰ উপযোগী: অধিক তথ্যৰ বাবে [[:en:Wikipedia:External links|ৱিকিপিডিয়া:বহিঃবাহ্যিক সংযোগ]]ৰ নিৰ্দেশাৱলী চাওক। "বহিঃবাহ্যিক সংযোগ" অনুচ্ছেদত বহুসংখ্যক সংযোগ থকা মানে আপুনি এজন অনভিজ্ঞ সম্পাদক; আপুনি নতুন লিংক যোগ কৰাৰ আগতে প্ৰবন্ধটোৰ '''আলোচনা''' পৃষ্ঠাত তাৰ উল্লেখ কৰাই শ্ৰেয়।
 
নতুন বহিঃবাহ্যিক সংযোগ এটা যোগ দিবলৈ অকলশৰীয়া বন্ধনীৰ সংহতিৰ মাজত সম্পূৰ্ণ URL-টো টাইপ কৰক, তাৰপিছত খালী ঠাই এৰি দেখা যাবলগীয়া কথাখিনি লিখক। যেনে:
:<tt><nowiki>[http://www.example.com/ Official website]</nowiki></tt>
এইখিনি কথা ৱেবছাইটোলৈ সংযোগৰ সৈতে এনেদৰে দেখা যাব: