শ্ৰী শ্ৰী বটদ্ৰৱা থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
1 নং শাৰী:
{{refimprove}}
{{Infobox Mandir
|name = বট্ৰদৱাশ্ৰী শ্ৰী বটদ্ৰৱা থান
|image = Bordowa.jpg
|image_size = 250
|image_alt = বট্ৰদৱাবটদ্ৰৱা থানৰ তোৰণ
|caption = বৰদোৱা, নগাওঁ, অসম
|pushpin_map = India Assam
Line 24 ⟶ 23:
|number_of_monuments =
|inscriptions =
|date_built = ১৪৯৪১৪৬৮<ref name="বৰদোৱা সত্ৰamiasomiya"/>
|creator = [[শ্ৰীমন্ত শংকৰদেৱ]]
|temple_board =
|website = [http://www.bordowathan.com/ bordowathan.com]
}}
'''বট্ৰদৱাবটদ্ৰৱা থান''' বা '''বৰদোৱা থান ''', চমুকৈ '''বৰদোৱা''' [[অসম]]ৰ এখন পৱিত্ৰ তীৰ্থস্থান৷ [[নগাঁও]] চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত<ref name="বৰদোৱা সত্ৰ">{{cite web| url=http://www.assaminfo.com/tourist-places/12/bordowa-satra.htm |title=Bordowa Satra |publisher=Assam info.com |accessdate=2012-11-25}}</ref>।৷ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত '''বৰদোৱা''' বিশেষ মৰ্যদা আছে৷ এই বৰদোৱাৰেই সমীপৱৰ্তী আলিপুখুৰীত [[আলিপুখুৰী]]ত শ্ৰীমন্ত শংকৰদেৱশংকৰদেৱৰ জন্ম হৈছিল<ref name="amiasomiya"/>৷ ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল <ref name="amiasomiya"/>। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা [[একশৰণ নাম ধৰ্ম]]ৰ জন্মপ্ৰচাৰ কৰা হৈছিল<ref name="bordowathan">বিশ্ব{{cite ঐতিহ্য,web শান্তনু| কৌশিকurl=http://www.bordowathan.com/#!history/ বৰুৱা| title=ইতিহাস | publisher=বটদ্ৰৱা থান ডট কম | accessdate=নৱেম্বৰ ২৬, ২০১২}}</ref><ref name="amiasomiya"/>। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে<ref name="amiasomiya"/>।
 
==ইতিহাস==
অতীজতে ব্ৰহ্মপুত্ৰৰ ([[ব্ৰহ্মপুত্ৰ নদী]])পাৰৰ এই অঞ্চল বৰ দ - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়৷ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল৷ বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে৷ আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল৷ বেদনিধিক লগত লৈ [[শ্ৰীকৃষ্ণ]] [[দ্বাৰকা]]ৰ পৰা কুণ্ডিল নগৰলৈ আহোতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্চা গ'ল৷ শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে-মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে৷ ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ 'বৰ দ' হৈ পৰে৷ তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়৷যায়{{উদ্ধৃতিৰ প্ৰয়োজন}}৷

আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল৷ খৰাঙত মানুহৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল৷ উল্লিখিতউল্লেখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ[[বিষ্ণু]]ৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়৷ সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল৷ ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে [[গংগা]]ক আহ্বন কৰিবলৈ ধৰিলে৷ শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়৷ আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ [[আকাশীগংগা]] নামেৰে জনাজাত৷ 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই '''বটদ্ৰৱা''' নামেৰেও সমধিক প্ৰসিদ্ধ৷ বৰ্তমান ''বৰদোৱা'' আৰু ''বটদ্ৰৱা'' দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়৷হয়{{উদ্ধৃতিৰ প্ৰয়োজন}}৷
 
==সত্ৰ হিচাপে বৰদোৱা==
বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ ([[নামঘৰ]]) সজাইছিল বুলি জনা যায়৷যায়<ref name="bordowathan"/>৷ ইয়াতেই শংকৰদেৱে প্ৰথম [[চিহ্নযাত্ৰা]] [[ভাওনা]] কৰি দেখুৱাই৷ ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত [[ফাকুৱা]] আৰু [[দৌল উত্সৱউৎসৱ]]ৰ সূচনা কৰে৷কৰে<ref name="bordowathan"/>৷ ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে৷কৰে<ref name="bordowathan"/>৷ শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়৷ [[সত্ৰ]] পুনৰ উজ্জীৱিত হৈ উঠে৷ এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিছা (নৰোৱা সত্ৰ) আৰু সৰুহিছা (শলগুৰিফুলগুৰি সত্ৰ) নামে দুখন সত্ৰত বিভক্ত হয়৷ অৱশ্যে ১৯৫৮ চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
 
==পৰিচালনা==
১৯৬৪ চনত "বটদ্ৰৱা থান পৰিচালনা সমিতি" গঠন কৰা হয় আৰু ইয়াৰ পাছৰে পৰাই [[নৰোৱা সত্ৰ]] আৰু [[ফুলগুৰি সত্ৰ]]ৰ ৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে৷
 
==বিশেষত্ব==
বৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), [[মণিকূট]]সহ কীৰ্তন ঘৰ ([[নামঘৰ]]), [[সাঁচি গছ]], টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে৷ ১৯৮৫ চনতে [[অসম চৰকাৰ|অসম চৰকাৰে]] ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম<ref name="amiasomiya"/>।
 
==প্ৰধান উত্‍সৱ / অনুষ্ঠান ==
বটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ - [[মাধৱদেৱ]] আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়<ref name="amiasomiya">{{cite web | url=http://www.amiasomiya.org/literature/articles/427-sep12-bordowa | title=শ্ৰী শ্ৰী বটদ্ৰৱা থান, ইয়াৰ অতীত অৰু বৰ্তমান | publisher=[[আমি অসমীয়া ডট কম]] | accessdate=নৱেম্বৰ ২৬, ২০১২ | author=ভৱ হাজৰিকা}}</ref>৷ ফাকুৱা উপলক্ষে বৰদোৱাত এখন মেলাও অনুষ্ঠিত কৰা হয়।
 
১৯৬৪ চনত বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন কৰা হয় আৰু সমিতিয়ে দুয়োখন সত্ৰৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে৷ [[বৰদোৱা সত্ৰ]]ৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), [[মণিকূট]]সহ কীৰ্তন ঘৰ ([[নামঘৰ]]), [[সাঁচি গছ]], টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে৷
 
==প্ৰধান উত্‍সৱ==
এই থানখনত শংকৰদেৱ-মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, দৌল উত্সৱ, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়৷
 
==তথ্য সংগ্ৰহ==