অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ যোগ
34 নং শাৰী:
 
১৯৮১ চনত [[শিৱসাগৰ জিলা]]ৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনাই।
১৯৮৭ চনত ড° লীলা গগৈ, [[পদ্ম বৰকটকী]] আৰু ড° [[ধ্ৰুৱজ্যোতি বৰা]]ই ১ মাৰ্চৰ ‘আজিৰ‘'[[আজিৰ সময়’সময়]]'’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়াই।উলিয়ায়। সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত [[জজ খেল পথাৰতপথাৰ]]ত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী [[প্ৰফুল্ল কুমাৰ মহন্ত]]ই চ্যুকাফা দিৱসক ‘‘‘অসম দিৱস’’’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।<ref name="খবৰ"/>
 
==চ্যুকাফাৰ আদৰ্শ==
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে