অসমত হোৱা ভূমিকম্প (১৯৪৭): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ১৯৪৭ অসম ভূমিকম্পৰ পৰা অসমত হোৱা ভূমিকম্প (১৯৪৭)লৈ Ani ttbrয়ে স্থানান্তৰ কৰিলে
No edit summary
21 নং শাৰী:
|origintime = সন্ধিয়া ৭ বাজি ১৩ মিনিট (ভাৰতীয় সময়মতে)<br> (13:43 UTC)
|duration =
|magnitude = ৭.৩ ৰিখটাৰ স্কেল [[:en:Moment magnitude scale|(M<sub>w</sub>)]]
|depth = ৬০ কিঃমিঃ
|location = {{Coord|28.50|N|94.00|E}}
|epicenter =
|type =
|countries affected = [[চীন]],{{flag|India}} [[ভাৰত]]<br/> {{flag|China}}
|damage =
|intensity =
35 নং শাৰী:
|casualties =
}}
 
'''১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে [[ভাৰত]]ৰ [[অসম]]ৰ ভূমিকম্প'''লগতে হৈছিল[[চীন]] ১৯৪৭দেশতো চনৰ ২৯ক্ষতি জুলাইসাধন তাৰিখেকৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটমিনিটত সৃষ্টি বজাত।হোৱা ভূমিকম্পৰভূমিকম্পটোৰ মাত্ৰাপ্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল।<ref>"Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor</ref> [[ভাৰত]]ৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত [[ব্ৰিটিছ ইণ্ডিয়া]]ৰ অধীনত আছিল) আৰু [[চীন]]ত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।<ref>http://www.ngdc.noaa.gov/nndc/struts/form?t=101650&s=1&d=1</ref><ref name="nic">http://aasc.nic.in/course%20material/Disaster/documentation%20on%20past%20disasters.pdf</ref> চীনৰ মতে, [[তিব্বত]]ৰ [[:en:Nang County|নাং কাণ্টি]]তহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।<ref>"青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬</ref>
 
[[ডিব্ৰুগড়]], [[যোৰহাট]] আৰু [[তেজপুৰ]] অঞ্চলৰ কিছুমান দেৱালত ফাঁট মেলা দেখা গৈছিল। [[গুৱাহাটী]]ত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ কথাও শুনা যায়।<ref name="nic"></ref>