চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+ref
14 নং শাৰী:
| signature =
}}
'''চৈয়দ আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, (১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০ খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমী বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা বঁটা]], ১৯৯৫ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>[{{cite web|url=http://india.gov.in/myindia/advsearch_awards.php |title=Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India<!-- Bot|publisher=India.gov.in generated title|date= |accessdate=2012-12->]25}}</ref> সন্মান লাভ কৰে<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>৷
 
==শিক্ষা==
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়<ref>[{{cite web|author=Bipuljyoti Saikia |url=http://www.bipuljyoti.in/authors/malik.html |title=Bipuljyoti Saikia's Homepage : Authors & Poets - Syed Abdul Malik<!-- Bot|publisher=Bipuljyoti.in generated title|date= |accessdate=2012-12->]25}}</ref>৷ [[গোলাঘাট জিলা]]ৰ [[নাহৰণি]]ত<ref>http://www.vedanti.com/Legends/syed_abdul_malik.htm</ref> জন্ম গ্ৰহণ কৰা [[অসমীয়া]] কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, [[যোৰহাট মহাবিদ্যালয়]]ৰ পৰা আই এ আৰু [[কটন মহাবিদ্যালয়]]ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
==কৰ্মজীৱন==
156 নং শাৰী:
 
==বঁটা আৰু সন্মান==
{| class="wikitable" borderstyle="1" width=":70%;"
|+ বঁটা
! বৰ্ষ !! বঁটা !! তথ্য